ETV Bharat / state

বৈঠালংছ'ত আটক প্ৰাক্তন উগ্ৰপন্থী সদস্য

author img

By

Published : May 16, 2019, 9:04 PM IST

অস্ত্ৰসহ আৰক্ষীৰ হাতত ধৰা পৰে বাবু ফাংচ' নামৰ প্ৰাক্তন উগ্ৰপন্থীজন ৷কেপিএলটিৰ লগতে তিৱা লিবাৰেশ্বন আৰ্মী নামৰ সংগঠনটোৰো সদস্য আছিল বাবু ফাংচ'৷

বৈঠালংছ'ৰ আমগুৰিত আটক প্ৰাক্তন উগ্ৰপন্থী
  • উলুকুঞ্চিস্থিত সেনাৰ ৩ নং ৰেজিমেন্ট আৰু আৰক্ষীৰ যুটীয়া অভিযানত আটক হয় প্ৰাক্তন উগ্ৰপন্থী সদস্যজন
  • কেপিএলটি ৰ লগতে তিৱা লিবাৰেশ্বন আৰ্মী নামৰ সংগঠনটোৰো সদস্য আছিল বাবু ফাংচ'
  • যুৱকজনৰ পৰা উদ্ধাৰ এটা .22 পিষ্টল, চাৰি জাঁই সজীৱ গুলী আৰু এটা মেগজিন
  • লগতে জব্দ AS 12 BB 4600 নম্বৰৰ এখন মাৰুতি ভেনো

Intro:Body:বৈঠালাংছ'ৰ আমগুৰিত অস্ৰ সহ প্ৰাক্তন উগ্ৰপন্থী সদস্যক আটক।আটকাধীন যুৱকজন বাবু ফাংচ'।কেপিএলটি'ৰ লগতে তিৱা লিবাৰেশ্যন আৰ্মী নামৰ সংগঠনটোৰো সদস্য আছিল ধৃত যুবকজন।এটা .২২ পিষ্টল,চাৰি ৰাউন্ড সঁজীব গুলী,এটা মেগজীন আৰু এ এচ ১২বি বি ৪৬০০ নম্বৰৰ এখন মাৰুতি জেন জব্দ কৰা হয় যুবকজনৰ পৰা।উলুকুঞ্চি স্থিত সেনাৰ ৩ নং ৰেজিমেন্ট আৰু আৰক্ষীৰ যুটীয়া অভিযানত আটক হয় ধৃত যুবকজন।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.