ETV Bharat / state

ভগা দলঙে জ্বলা-কলা খুৱাইছে কাৰ্বি পাহাৰৰ ৰাইজক - ভগা দলং

ভগা দলঙে জ্বলা-কলা খুৱাইছে বোকাজান মহকুমাৰ পাকলাংছ'ৰ ৰাইজক ৷ ৰাইজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিব লগীয়া হৈছে ভগা দলং৷

ভগা দলঙে জ্বলা-কলা খুৱাইছে কাৰ্বি পাহাৰৰ ৰাইজক
author img

By

Published : Jul 29, 2019, 3:59 PM IST

কাৰ্বি আংলং,29 জুলাইঃ কাৰ্বি আংলং আৰু ভগা কাঠৰ দলঙৰ সম্পৰ্ক বহুদিনীয়া ৷ এতিয়াও একেই অৱস্থা এতিয়া কাৰ্বি পাহাৰৰ ৰাইজৰ ৷ বহু ঠাইত নিজৰ ঘৰলৈ যাবলৈ নোহোৱা হৈছে পথ ৷ সম্পূৰ্ণ শোচনীয় অৱস্থা বোকাজান মহকুমাৰ পাকলাংছ'ৰ ৷ ২০ খনতকৈও অধিক গাঁওক সংযোগ কৰিছে এখন দলঙে ৷ কিন্তু নিজৰ গাঁওখনক সংযোগ কৰা দলঙখন ভাঙি পৰাত এতিয়া অসহায় গাঁওবাসী । কণ কণ শিক্ষাৰ্থী সকলে দলং নোহোৱাৰ বাবে যাব নোৱাৰা হৈছে বিদ্যালয়লৈ।অৱশেষত ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিব লগীয়া হৈছে ভগা দলং। আশ্বৰ্যকৰ কথা যে,গাঁৱৰ ৰাইজে জনপ্ৰতিনিধিক মেৰামতিৰ বাবে আবেদন কৰিলেও নিজে বনাই লবলৈ উপদেশ দিয়ে আৰু বনোৱাৰ পিছত মেৰামতিৰ ধন দিম বুলি বিভিন্ন অজুহাত দেখুৱাই ৰাইজক অৱহেলা কৰি আহিছে । এনেদৰেই এতিয়া অব্যাহত আছে কাৰ্বি পাহাৰৰ উন্নয়নৰ নমুনা ৷

Intro:Slug: Bokajan weak Bridge story.

Anchor: কাৰ্বি আংলং আৰু ভগা কাঠৰ দলং । দুয়োৰে মাজত আছে বহুদিনীয়া সম্পৰ্ক ।

V O : আহক বাৰিষা কাটক পাত ৰৈ যা ভিনিহি খাই জা ভাত । এয়ে অৱস্থা এতিয়া কাৰ্বি পাহাৰৰ ৰাইজৰ । নিজৰ ঘৰলৈ যাবলৈ নোহোৱা হৈছে পথ । এতিয়া নিজৰ গাঁও খনক সংযোগ কৰা দলং খন ভাঙি পৰাত এতিয়া অসহায় গাঁও বাসী । কণ কণ শিক্ষাৰ্থী সকলে এতিয়া দলং নোহোৱাৰ বাবে যাব নোৱাৰা হৈছে বিদ্যালয়লৈ । ২০ খনতকৈও অধিক গাঁওক সংযোগ কৰিছে বোকাজান মহকুমাৰ পাকলাংছ' ৰ এইখন দলঙে । আৰু এতিয়া ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিব লগীয়া হৈছে ভগা দলং খন । আৰু গাঁওৰ ৰাইজে জনপ্ৰতিনিধিক মেৰামতিৰ বাবে আবেদন কৰিলেও নিজে বনাই লবলৈ উপদেশ দিয়ে । আৰু বনোৱাৰ পিছত মেৰামতিৰ ধন দিম বুলি বিভিন্ন অজুহাত দেখুৱাই ৰাইজক অৱহেলা কৰি আহিছে । আৰু এনেদৰেই এতিয়া অব্যাহত আছে কাৰ্বি পাহাৰৰ উন্নতিৰ নমুনা । আৰু বোকাজান মহকুমাৰ এই সমূহ অঞ্চলে এনেদৰেই বগাইছে এতিয়া উন্নতিৰ জখলা ।

Byte: Local publicBody:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.