ETV Bharat / state

কাৰ্বি আংলঙত সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত শিশু দিৱস উদযাপন

author img

By

Published : Nov 14, 2019, 11:43 PM IST

ডিফুৰ সমীপৱৰ্তী বৰলাংফেৰ হাইস্কুলত সেনাৰ তৰফৰ পৰা ১৫ খন চাইকেল বিতৰণ কৰা হয় ৷ ইয়াৰে প্ৰায় ৫ গৰাকী ছাত্ৰ আৰু 10 গৰাকী ছাত্ৰীৰ মাজত চাইকেলসমূহ বিতৰণ কৰা হয় ৷

শিশু দিৱস উদযাপন

ডিফু, ১৪ নৱেম্বৰ: ভাৰতীয় সেনাৰ সদ্ভাৱনা আৰু মানৱীয় প্ৰমূল্য বোধৰ অংশস্বৰূপে ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত কাৰ্বি আংলঙৰ বিভিন্ন স্থানত ছাত্ৰ-ছাত্ৰী আৰু সামাজিক অনুষ্ঠানলৈ সাহায্য বিতৰণ কৰা হয় ৷ ডিফুৰ সমীপৱৰ্তী বৰলাংফেৰ হাইস্কুলত সেনাৰ তৰফৰ পৰা ১৫ খন চাইকেল বিতৰণ কৰা হয় ৷

কাৰ্বি আংলং
শিশু দিৱস উদযাপন

ইয়াৰে প্ৰায় ৫ গৰাকী ছাত্ৰ আৰু 10 গৰাকী ছাত্ৰীৰ মাজত চাইকেলসমূহ বিতৰণ কৰা হয় ৷ ইয়াৰোপৰি সেনা বাহিনীৰ উদ্যোগত বৃহস্পতিবাৰে জিলাখনৰ মাঞ্জাস্থিত চেৰপ' ইংতি প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস পালন কৰাৰ লগতে ছাত্ৰ- ছাত্ৰীৰ মাজত সেনাই বিভিন্ন উপহাৰ সামগ্ৰীও বিতৰণ কৰে ৷

কাৰ্বি আংলং
শিশু দিৱস উদযাপন

ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ভালে সংখ্যক লোক আৰু গাওঁবুঢ়াৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও পৰিৱেশন কৰে ৷ শিশু সকলৰ মাজত শিশু দিৱসৰ তাৎপৰ্যৰ বাখ্যা আগবঢ়োৱা হয় ৷

কাৰ্বি আংলং
শিশু দিৱস উদযাপন

আনহাতে সেনাৰ সদ্ভাৱনা অভিযানৰ অধীনত চাইজাঙৰ এটা কমিউনিটি ভৱনলৈ ১০ খন মেজ আৰু ৫০ খন চকী বিনামূলীয়াকৈ বিতৰণ কৰা হয়

কাৰ্বি আংলং
শিশু দিৱস উদযাপন

লগতে পঢ়কঃএইবাৰ পাকঘৰত সোমাল বনৰজা

Intro:**কাৰবি আংলঙত সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত সাহায্য বিতৰণ ৷ শিশু দিৱস উদযাপন ৷**

# ডিফু, ১৪ নৱেম্বৰ:- ভাৰতীয় সেনাৰ সদ্ভাৱনা আৰু মানৱীয় প্ৰমূল্য বোধৰ অংশ স্বৰূপে সমাজৰ ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত কাৰ্বি আংলঙৰ বিভিন্ন স্থানত ছাত্ৰ- ছাত্ৰী আৰু সামাজিক অনুষ্ঠানলৈ সাহায্য বিতৰণ কৰা হয় ৷ ডিফুৰ সমীপৱৰ্তী বৰলাংফেৰ হাইস্কুলত সেনাৰ তৰফৰ পৰা ১৫ খন চাইকেল বিতৰণ কৰা হয় ৷ ইয়াৰে প্ৰায় ৫ গৰাকী ছাত্ৰ আৰু দহ গৰাকী ছাত্ৰীৰ মাজত চাইকেল সমূহ বিতৰণ কৰা হয় ৷ ইয়াৰ লগতে সেনা বাহিনীৰ উদ্যোদত আজি জিলাখনৰ মাঞ্জাস্থিত চেৰপ' ইংতি প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস পালন কৰাৰ লগতে ছাত্ৰ- ছাত্ৰীৰ মাজত বিভিন্ন উপহাৰ সামগ্ৰীও বিতৰণ কৰা হয় ৷ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ভালে সংখ্যক আৰু গাওঁবুঢ়াৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও পৰিবেশন কৰে ৷ শিশু সকলৰ মাজত শিশু দিৱসৰ তাৎপৰ্যৰ বাখ্যা আগবঢ়োৱা হয় ৷ আনহাতে সেনাৰ সদ্ভাৱনা অভিযানৰ অধীনত চাইজাঙৰ এটা কমিউনিটি ভৱনলৈ ১০ খন মেজ আৰু ৫০ খন চকী বিনামূলীয়াকৈ বিতৰণ কৰা হয় ৷উক্ত অনুষ্ঠানত কেইবাগৰাকী চৰকাৰী গাওঁবুঢ়া, গাওঁবুঢ়া সকল উপস্থিত থাকে বুলি সেনাই এক বিবৃতি যোগে জানিবলৈ দিছে ৷ সেনাৰ এনে পদক্ষেপক সচেতন মহলে উচ্চ প্ৰশংসা কৰিছে ৷ ইয়াৰোপৰি ভাৰতীয় সেনাৰ উদ্যোগত স্থানীয় প্ৰজন্মক ভাৰতীয় সেনাত যোগদানৰ বাবে সেনাৰ তৰফৰ উৎসাহিত কৰাই সেনাৰ উদ্দেস্য বুলি বিবৃতিটোত প্ৰকাশ ৷

ছাইদুল ইছলাম, ডিফু ৷৷Body:*****Conclusion:*****

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.