ETV Bharat / state

বকোৰ ডাকুৱাপাৰাত ভায়েকৰ প্ৰহাৰত নিহত ককায়েক

author img

By

Published : Feb 26, 2020, 4:58 PM IST

বকোৰ ডাকুৱাপাৰাত পাৰিবাৰিক সংঘাতৰ নিহত এগৰাকী লোক ৷ নিশা মদ্যপান কৰি অহা ভায়েক গোপাল ৰাভাৰ নিৰ্মম প্ৰহাৰত নিহত হয় ককায়েক সঞ্জীৱ ৰাভা ৷

ভায়েকৰ প্ৰহাৰত নিহত ককায়েক
ভায়েকৰ প্ৰহাৰত নিহত ককায়েক

বকো, 26 ফেব্ৰুৱাৰীঃ বকোৰ ডাকুৱাপাৰাত পাৰিবাৰিক সংঘাত ৷ এই সংঘাতত নিজ ভায়েকৰ প্ৰহাৰত নিহত হয় ককায়েক ৷ জানিব পৰা মতে, নিশা মদ্যপান কৰি আহি এক কাজিয়াৰ সূত্ৰপাত হয় ভাতৃদ্বয়ৰ মজত ৷ তাৰ পৰিণতিত ভায়েক গোপাল ৰাভাৰ নিৰ্মম প্ৰহাৰত নিহত হয় ককায়েক সঞ্জীৱ ৰাভা ৷ ইতিমধ্যে অভিযুক্ত গোপাল ৰাভাক গ্ৰেপ্তাৰ কৰিছে বকো আৰক্ষীয়ে ৷

বকোৰ ডাকুৱাপাৰাত ভায়েকৰ প্ৰহাৰত নিহত ককায়েক

বকো, 26 ফেব্ৰুৱাৰীঃ বকোৰ ডাকুৱাপাৰাত পাৰিবাৰিক সংঘাত ৷ এই সংঘাতত নিজ ভায়েকৰ প্ৰহাৰত নিহত হয় ককায়েক ৷ জানিব পৰা মতে, নিশা মদ্যপান কৰি আহি এক কাজিয়াৰ সূত্ৰপাত হয় ভাতৃদ্বয়ৰ মজত ৷ তাৰ পৰিণতিত ভায়েক গোপাল ৰাভাৰ নিৰ্মম প্ৰহাৰত নিহত হয় ককায়েক সঞ্জীৱ ৰাভা ৷ ইতিমধ্যে অভিযুক্ত গোপাল ৰাভাক গ্ৰেপ্তাৰ কৰিছে বকো আৰক্ষীয়ে ৷

বকোৰ ডাকুৱাপাৰাত ভায়েকৰ প্ৰহাৰত নিহত ককায়েক

লগতে পঢ়কঃ নিষিদ্ধ হোৱাৰ পাছতো লালি গুৰৰ অবাধ সৰবৰাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.