ETV Bharat / state

বকোত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ দুই যুৱক - গাৰো উগ্ৰপন্থী সংগঠন ইউ এ এল এফ

বকোৰ অন্তৰ্গত হাহিমৰ শালপাৰাত শুকুৰবাৰৰ নিশা ভাৰতীয় সেনাৰ অভিযানত গ্ৰেপ্তাৰ দুজন যুৱক ৷ যুৱক দুজন গাৰো উগ্ৰপন্থী চিলচেং চাংমা আৰু ৰাকটিন মাৰাক বুলি চিনাক্ত কৰিছে সেনাই ৷

বকো
মাৰণাস্ত্ৰ উদ্ধাৰ
author img

By

Published : Feb 8, 2020, 12:30 PM IST

বকো,8 ফেব্ৰুৱাৰীঃ বকোৰ অন্তৰ্গত হাহিমৰ শালপাৰাত শুকুৰবাৰে নিশা ভাৰতীয় সেনাৰ অভিযানত গ্ৰেপ্তাৰ দুজন যুৱক ৷ যুৱক দুজন গাৰো উগ্ৰপন্থী চিলচেং চাংমা আৰু ৰাকটিন মাৰাক বুলি চিনাক্ত কৰিছে সেনাই ৷ ধৃত যুৱকদ্বয়ৰ পৰা সেনাই উদ্ধাৰ কৰে দুটাকৈ পিষ্টল । যুৱক দুজনক গাৰো উগ্ৰপন্থী সংগঠন ইউ এ এল এফৰ সদস্য বুলি সন্দেহ প্ৰকাশ কৰিছে সেনাই । কিন্তু ধৃত যুৱক দুজনে কোনো উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত নহয় বুলি প্ৰকাশ কৰিছে ।

লগতে চাওকঃসোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যকেন্দ্ৰ : এক সম্ভাৱনা

Intro:Body:বকোৰ হাহিম শালপাৰাত নিশা ভাৰতীয় সেনাৰ অভিযান। দুজন যুৱকক গ্ৰেপ্তাৰ কৰে সেনাই। গ্ৰেপ্তাৰ চিলচেং চাংমা আৰু ৰাকটিন মাৰাক। যুৱকদ্বয় পৰা উদ্ধাৰ দুটাকৈ পিষ্টল। এটা 9mm আনটো 7.62। UALFৰ (United A'chik Liberation Front) ৰ সদস্য বুলি সেনাৰ সন্দেহ। যুৱকদ্বয়ৰ ভাষ্য তেওঁলোক জড়িত নহয় উগ্ৰপন্থী সংগঠনৰ সৈতে। কোনোধৰণৰ অস্ত্ৰ নাছিল তেওঁলোকৰ সৈতে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.