ETV Bharat / state

জি এন আৰ চিৰ এম্বুলেঞ্চত ড্ৰাগছ সেৱনকাৰী

author img

By

Published : Aug 13, 2019, 6:58 PM IST

এম্বুলেঞ্চ লৈ ড্ৰাগছ সেৱনৰ বাবে আহে যুৱক ৷ বাইহাটা চাৰিআলিত ব্যাপক হাৰত শিপাইছে ড্ৰাগছৰ বেহাই ৷

এম্বুলেঞ্চত ড্ৰাগছ সেৱনকাৰী

কোনো সাধাৰণ চিকিৎসালয় নহয়,মহানগৰীৰ আগশাৰীৰ চিকিৎসালয় জি এন আৰ চিৰ এম্বুলেঞ্চ লৈ ড্ৰাগছ সেৱন কৰিবলৈ আহে যুৱক ৷ মঙলবাৰে বাইহাটা চাৰিআলিত ড্ৰাগছ লৈ থকা অৱস্থাত ৰাইজে আটক কৰে দুই যুৱকক ৷ তাৰ পাচত চাওক কি ঘটিল.......

এম্বুলেঞ্চত ড্ৰাগছ সেৱনকাৰী

কোনো সাধাৰণ চিকিৎসালয় নহয়,মহানগৰীৰ আগশাৰীৰ চিকিৎসালয় জি এন আৰ চিৰ এম্বুলেঞ্চ লৈ ড্ৰাগছ সেৱন কৰিবলৈ আহে যুৱক ৷ মঙলবাৰে বাইহাটা চাৰিআলিত ড্ৰাগছ লৈ থকা অৱস্থাত ৰাইজে আটক কৰে দুই যুৱকক ৷ তাৰ পাচত চাওক কি ঘটিল.......

এম্বুলেঞ্চত ড্ৰাগছ সেৱনকাৰী
Intro:কামৰূপৰ বাইহাটা চাৰিআলিত ড্ৰাগছৰ ৰমৰমীয়া বেহা। এম্বুলেঞ্চৰে সৰবৰাহ কৰা হয় মাৰাত্মক ড্ৰাগছ। ড্ৰাগছৰ কৰাল গ্ৰাসত বাইহাটা চাৰিআলিৰ যুব প্ৰজন্ম। জি এন আৰ চিৰ এম্বুলেঞ্চৰে ড্ৰাগছৰ গ্ৰাহক বিচাৰি থকা অবস্থাত হাতেলোটে ৰাইজে ধৰিলে দুই ড্ৰাগছ পেডলাৰক। দীৰ্ঘ দিন ধৰি ড্ৰাগছৰ অবাধ প্ৰচলনে অতিষ্ঠ কৰি আহিছিল অঞ্চলবাসীক। যাৰ বাবে আজি ৰাইজে ড্ৰাগছ পেডলাৰ দুগৰাকীক হাতে লোটে ধৰি শোধালে উত্তম মধ্যম। ধৃত দুই যুবকৰ পৰা ৰাইজে জব্দ কৰিলে নিষিদ্ধ ঘোষিত ড্ৰাগছ। ড্ৰাগছ পেডলাৰ দুগৰাকীক কানত ধৰাই আঠু কঢ়ালে ক্ষোভিত ৰাইজে। ৰিতুল আলি আৰু বিতোপন দাস নামৰ ড্ৰাগছ পেডলাৰ দুগৰাকীক এম্বুলেঞ্চ সহ বাইহাটা চাৰিআলি আৰক্ষীক চমজাই দিয়ে অঞ্চলবাসীয়ে। বাইহাটা চাৰিআলি আৰক্ষী য়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.