ETV Bharat / state

অনুষ্ঠানৰ মাজতে ধুমুহাত তচনচ লতাশিল খেলপথাৰৰ বিহু মঞ্চ

মঙলবাৰে প্ৰায় 2.50 মিনিটত অহা ধুমুহাত অনুষ্ঠান চলি থকাৰ মাজতে ভাঙি পৰিল বিহু মঞ্চ

author img

By

Published : Apr 17, 2019, 1:52 PM IST

অনুষ্ঠানৰ মাজতে ধুমুহাত তচনচ লতাশিল খেলপথাৰৰ বিহু মঞ্চ

গুৱাহাটী,17 এপ্ৰিলঃ ধুমুহাই তচনচ কৰিলে লতাশিল খেলপথাৰৰ বিহু মঞ্চ। মঞ্চত গায়ক গায়িকাসকলে অনুষ্ঠান পৰিৱেশন কৰি থকা অৱস্থাতে ধুমুহাত ভাঙিল বিহুৰ পেণ্ডেল। জানিব পৰা মতে এই ঘটনাত কোনো লোক গুৰুতৰ ভাৱে আহত হোৱা নাই।

পৰিচালনা সমিতিৰ লোকে জানিবলৈ দিয়া মতে বুধবাৰে অনুষ্ঠিত হ'বলগীয়া বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ বাবে মঞ্চটো পুনৰ সজাই থকা হৈছে। কিন্তু কোনো কাৰণত যদি মঞ্চৰ পুনৰ নিৰ্মাণ কৰিবলৈ সম্ভৱ হৈ নুঠে তেন্তে ভাস্কৰ নাট্য মন্দিৰৰ মঞ্চত বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব ৷ আনহাতে পেণ্ডেলৰ গৰাকীয়ে ধুমুহাই চকী, পেণ্ডেলৰ ওপৰভাগৰ যথেষ্ট ক্ষতিসাধন কৰে বুলি জানিবলৈ দিয়ে ৷

Intro:লতাশিল খেল পথাৰৰ বিহুৰ মঞ্চ ভাঙি পৰিল। নিশা প্ৰায় 2.50 মিনিটত অহা ধুমুহাই তচনচ কৰিলে লতাশিল বিহু মঞ্চ । অনুষ্ঠান হৈ থকাৰ মাজতে এই অঘটন। মঞ্চত গায়ক গায়িকা সকলে গান গাই থকা অৱস্থাত এই অঘটন সংঘটিত হয়। জানিব পৰা মতে দৰ্শক সকলৰ কোনো লোক গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই।

Body:কমিটিৰ লোকে জানিবলৈ দিয়া মতে আজি বিহু সম্ৰাগী প্ৰতিযোগিতাৰ বাবে মঞ্চ পুনৰ সজাই তুলিবলৈ চেষ্টা চলাই থকা হৈছে। কিন্তু কোনো কাৰণত যদি সেইয়া সম্ভৱ হৈ নুঠে তেন্তে ভাস্কৰ নাট্য মন্দিৰৰ মঞ্চত বিহু সম্ৰাগী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব।
Bite:- কমিটি লোক।
আনহাতে পেণ্ডেলৰ লোকে জানিবলৈ দিছে বিস্তৰ ক্ষতি হৈছে তেওঁলোকৰ। 5 বজাৰ ভিতৰত কেৱল মঞ্চ খনকে সাজু কৰাৰ বাবে চেষ্টা কৰিব বুলি কলে পেণ্ডেলৰ গৰাকীয়ে।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.