ETV Bharat / state

কামাখ্যা যোগীঘোপা ৰে’ল আলিৰ ছয়গাঁও খৰখৰীত মৃতদেহ উদ্ধাৰ

মৃত লোকজন ধুবুৰী জিলাৰ চাপৰৰ তাপস মেধী বুলি জানিব পৰা গৈছে । তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰূপে কৰ্মৰত আছিল তাপস মেধী । আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ৷

কামাখ্যা যোগীঘোপা ৰে’ল আলিৰ ছয়গাঁও খৰখৰীত মৃতদেহ উদ্ধাৰ
কামাখ্যা যোগীঘোপা ৰে’ল আলিৰ ছয়গাঁও খৰখৰীত মৃতদেহ উদ্ধাৰ
author img

By

Published : Jun 6, 2020, 2:05 AM IST

বকো, 6 জুন: কামাখ্যা যোগীঘোপা ৰে’ল আলিৰ ছয়গাঁও খৰখৰীতন শুকুৰবাৰে উদ্ধাৰ হয় এটা মৃতদেহ । ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো ।

মৃতদেহ উদ্ধাৰ

ৰেলৰ চেপাত বাওঁ ভৰিখন কটা অৱস্থাত ৰে’লআলিৰ দাঁতিত উদ্ধাৰ হয় মৃতদেহটো । মৃত লোকজন ধুবুৰী জিলাৰ চাপৰৰ তাপস মেধী বুলি জানিব পৰা গৈছে । তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰূপে কৰ্মৰত আছিল তাপস মেধী । তাপস মেধী ব্যৱহৃত ML 05E -2949 নম্বৰৰ চাৰিচকীয়া বাহনখন ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.