- মহানগৰীৰ ভৰলুমুখৰ ব্ৰহ্মপুত্ৰত উদ্ধাৰ দুস্প্ৰাপ্য শিহু
- লুইতৰ পানীত ওপঙি থকা দেখি স্থানীয় লোকে ভৰলুমুখ আৰক্ষীক খবৰ দিয়ে
- ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে দুষ্প্ৰাপ্য শিহুটো
- উদ্ধাৰ হোৱাৰ কিছু সময় পিছতে মৃত্যু হয় শিহুটোৰ
- একাংশৰ মতে কোনো লোকে শিহুটো মাৰিবলৈ চেষ্টা চলাইছিল
- ইফালে পানীৰ সোঁতত শিলত খুন্দা খাই শিহুটোৰ মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰভৰলুমুখত দুস্প্ৰাপ্য শিহু উদ্ধাৰ
ভৰলুমুখত দুস্প্ৰাপ্য শিহু উদ্ধাৰ - brahmaputra
মহানগৰীৰ ভৰলুমুখত দুস্প্ৰাপ্য শিহু উদ্ধাৰ ৷ ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে দুস্প্ৰাপ্য শিহুটো ৷

ভৰলুমুখত দুস্প্ৰাপ্য শিহু উদ্ধাৰ
- মহানগৰীৰ ভৰলুমুখৰ ব্ৰহ্মপুত্ৰত উদ্ধাৰ দুস্প্ৰাপ্য শিহু
- লুইতৰ পানীত ওপঙি থকা দেখি স্থানীয় লোকে ভৰলুমুখ আৰক্ষীক খবৰ দিয়ে
- ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে দুষ্প্ৰাপ্য শিহুটো
- উদ্ধাৰ হোৱাৰ কিছু সময় পিছতে মৃত্যু হয় শিহুটোৰ
- একাংশৰ মতে কোনো লোকে শিহুটো মাৰিবলৈ চেষ্টা চলাইছিল
- ইফালে পানীৰ সোঁতত শিলত খুন্দা খাই শিহুটোৰ মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰভৰলুমুখত দুস্প্ৰাপ্য শিহু উদ্ধাৰ
Intro:মহানগৰীৰ ভৰুলুমুখৰ ব্ৰহ্মপুত্ৰত উদ্ধাৰ দুস্প্ৰাপ্য শিহু। লুইতৰ পানীত ওপঙি থকা দেখি স্থানীয় লোকে ভৰলুমুখ আৰক্ষীক খবৰ দিয়ে। তাৰ পিছতেই ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে দুস্প্ৰাপ্য শিহুটো। উদ্ধাৰ হোৱাৰ কিছু সময় পিছতে মৃত্যু হয় শিহুটোৰ। একাংশৰ মতে কোনো লোকে শিহুটো মাৰিবলৈ চেষ্টা চলাইছিল। ইফালে পানী সোঁতত শিলত খুন্দা খাই শিহুটোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। Body:Hirul Haque Conclusion:Guwahati