ETV Bharat / state

আঠ বছৰ পৰ্যন্ত কাৰ্যক্ষম হৈ নুঠা এটা পানী যোগান আঁচনি - ৰঙিয়া

ৰঙিয়াৰ বৰকুকুৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনিখনো বৰ্তমান পৰ্যন্ত কাৰ্যক্ষম হৈ নুঠাৰ অভিযোগ অঞ্চলবাসীৰ । আঁচনিখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ 8 বছৰ সময় প্ৰয়োজন হ'ল বিভাগটোৰ

আঠ বছৰ পৰ্যন্ত কাৰ্যক্ষম হৈ নুঠা এটা পানী যোগান আঁচনি
author img

By

Published : Nov 20, 2019, 7:21 PM IST

ৰঙিয়া, 20 নৱেম্বৰঃ নিৰ্মাণৰ আঠ বছৰৰ পাচতো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ নলৰ পৰা নোলাল বিশুদ্ধ খোৱা পানী ৷ চৰকাৰে লাখ লাখ টকা আঁচনিসমূহৰ নামত ব্যয় কৰাৰ পাচতো বৰ্তমান পৰ্যন্ত বেছিভাগ ঠাইত কাৰ্যক্ষম হৈ নুঠিল আঁচনিসমূহ ৷ ৰঙিয়াৰ বৰকুকুৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনিখনো বৰ্তমান পৰ্যন্ত কাৰ্যক্ষম হৈ নুঠাৰ অভিযোগ অঞ্চলবাসীৰ। আঁচনিখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ 8 বছৰ সময় প্ৰয়োজন হ'ল বিভাগটোৰ। কিন্তু, ইমান সময় অতিবাহিত হোৱাৰ পাচতো ৰাইজক এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰিব পৰা নাই জনস্বাস্থ্য কাৰিকৰী বিভাগে ।

আঠ বছৰ পৰ্যন্ত কাৰ্যক্ষম হৈ নুঠা এটা পানী যোগান আঁচনি

প্ৰায় সম্পূৰ্ণ হৈ উঠিছে উত্তৰ-পূৱ ভাৰতৰ সৰ্বোচ্চ অট্টালিকা

উল্লেখ্য যে, দুই কিলোমিটাৰ অঞ্চল সামৰি লোৱা এই আঁচনিখন যদি কাৰ্যক্ষম হৈ উঠে তেতিয়াহলে প্ৰায় এহাজাৰ পৰিয়ালে বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হ'ব। পিছে লাখ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰি উলিওৱা পানী যোগান আঁচনিখন কেতিয়ালৈ কাৰ্যক্ষ‍ম হৈ উঠিব সেয়া এতিয়াও সন্দেহৰ আৱৰ্তত ৷

Intro:নিৰ্মাণৰ আঠ বছৰৰ পিছতো জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ নলৰ পৰা পানী নোলায়Body:চৰকাৰে লাখ লাখ টকা ব‍্যয় কৰি আছে আঁচনিসমুহৰ নামত, কিন্তু বেছিভাগ ঠাইতে আঁচনিসমুহ কাৰ্য্যক্ষম নহয়। তেনে এখন আঁচনি হৈছে বৰকুকুৰীৰ জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনিখন। বৰকুকুৰীয়া পানী যোগান আঁচনিখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ ৮ বছৰ সময় লাগিল বিভাগটোৰ। কিন্তু, ইমান সময় অতিবাহিত হোৱাৰ পিছতো ৰাইজক এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰিব পৰা নাই জনস্বাস্থ্য কাৰিকৰী বিভাগে। মাজে বিভাগৰ বিষয়াসকলে পৰিদৰ্শন কৰি যায় যদিও এতিয়ালৈকে কাৰ্য্যক্ষম হৈ উঠা নাই আঁচনিখন। দুই কিমি অঞ্চল সামৰি লোৱা এই আচনীখন যদি কাৰ্য্যক্ষম হৈ উঠে তেতিয়াহলে প্ৰায় এহেজাৰ পৰিয়ালে বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হব। পিছে লাখ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰি উলিওৱা পানী যোগান আঁচনিখন কেতিয়ালৈ কাৰ্য্যক্ষ‍ম হৈ উঠিব সেয়া সময়েহে ক'ব।
Bite:- স্থানীয় ৰাইজConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.