ৰঙিয়া,14মে': মঙলবাৰে ৰঙিয়াৰ হাইৱে' চকত উদ্ধাৰ উদ্ধাৰ হয় এটি ৮ বছৰীয়া শিশু । শিশুটোৱে নিজকে বৰপেটাৰ ভবানীপুৰ থানাৰ অন্তৰ্গত ধৰমতুলাৰ চাহজাহান আলীৰ পুত্ৰ বুলি জানিব দিয়ে । শিশুটোৱে জানিব দিয়ামতে সোমবাৰে এজন লোকে দৰঙ্গা মেলাত থকা মাতৃৰ ওচৰলৈ নিব বুলি কৈ লৈ আহিছিল । তাৰ পিছত সোমবাৰে সন্ধিয়া ৰঙিয়াৰ তিনিআলি শিশু টোৱে কান্দি থকা প্ৰত্যক্ষ কৰে স্থানীয় ব্যৱসায়ীসকলে । ব্যৱসায়ী সকলে ঘটনা সন্দৰ্ভত জানিব পাৰি ওচৰৰে এজন লোকৰ ঘৰত নিশাটো কটাবলৈ ব্যৱস্থা কৰি দিয়ে শিশুটোক । পাচত মঙলবাৰে পুৱা ৰাইজে আৰক্ষীক খবৰ দি শিশুটোক গতাই দিয়ে । ইপিনে মানৱ সৰবৰাহকাৰীয়ে শিশুটোক লৈ আহিছিল বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।
ৰঙিয়াত ৮ বছৰীয়া শিশু উদ্ধাৰ - assam police
ৰঙিয়াত উদ্ধাৰ হ'ল বৰপেটাৰ শিশু। মানৱ সৰবৰাহকাৰীয়ে শিশুটোক লৈ আহিছিল বুলি স্থানীয় ৰাইজৰ সন্দেহ।
ৰঙিয়া,14মে': মঙলবাৰে ৰঙিয়াৰ হাইৱে' চকত উদ্ধাৰ উদ্ধাৰ হয় এটি ৮ বছৰীয়া শিশু । শিশুটোৱে নিজকে বৰপেটাৰ ভবানীপুৰ থানাৰ অন্তৰ্গত ধৰমতুলাৰ চাহজাহান আলীৰ পুত্ৰ বুলি জানিব দিয়ে । শিশুটোৱে জানিব দিয়ামতে সোমবাৰে এজন লোকে দৰঙ্গা মেলাত থকা মাতৃৰ ওচৰলৈ নিব বুলি কৈ লৈ আহিছিল । তাৰ পিছত সোমবাৰে সন্ধিয়া ৰঙিয়াৰ তিনিআলি শিশু টোৱে কান্দি থকা প্ৰত্যক্ষ কৰে স্থানীয় ব্যৱসায়ীসকলে । ব্যৱসায়ী সকলে ঘটনা সন্দৰ্ভত জানিব পাৰি ওচৰৰে এজন লোকৰ ঘৰত নিশাটো কটাবলৈ ব্যৱস্থা কৰি দিয়ে শিশুটোক । পাচত মঙলবাৰে পুৱা ৰাইজে আৰক্ষীক খবৰ দি শিশুটোক গতাই দিয়ে । ইপিনে মানৱ সৰবৰাহকাৰীয়ে শিশুটোক লৈ আহিছিল বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।
Byte : স্থানীয় ৰাইজConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা