ETV Bharat / state

ৰঙিয়াত ভয়ানক পথ দুৰ্ঘটনা;আহত 3 - ৰঙিয়া

শনিবাৰে ৰঙিয়াত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্যটনা । দুৰ্ঘটনাটোত আহত হোৱা তিনিজন লোকৰ অৱস্থা সংকটজনক । ঘটনাটোত ভাঙি চূৰ্ণ-বিচূৰ্ণ এখন ব‍্যৱসায়িক প্ৰতিষ্ঠান ৷

ৰঙিয়াত ভয়ানক পথ দুৰ্ঘটনা;আহত 3
author img

By

Published : Apr 20, 2019, 4:17 PM IST

  • শনিবাৰে ৰঙিয়াত সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা
  • ৰঙিয়াৰ কেকোৱাহাটীত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো
  • দুৰ্ঘটনাটোত তিনিজন লোক গুৰুতৰভাৱে আহত
  • আহত তিনিজনৰ অৱস্থা সংকটজনক
  • ঘটনাটোত ভাঙি চূৰ্ণ হ'ল ব্যৱসায়িক প্ৰতিষ্ঠান
  • দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ নম্বৰ AS-01-AT-6004
  • আহত লোক তিনিজন কেকোৱাহাটীৰ সুনিল বসুমতাৰী(৩৬), ফুকন বড়ো(৪৬) আৰু ভগিৰথ বড়ো(৫৮)
  • স্থানীয় ৰাইজে ততাতৈয়াকৈ তিনিওজনকে স্পৰ্শ হস্পিটালত ভৰ্তি কৰায়

Intro:ৰঙিয়াত সংঘটিত হৈছে পথ দুৰ্যটনা। আহত তিনিজনৰ অৱস্থা সংকটজনক। ঘটনাটোত ভাঙি চুৰ্ণ হ'ল ব‍্যৱসায়িক প্ৰতিস্থান।Body:ৰঙিয়াৰ কেকোৱাহাটীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্যটনা।এখন দ্ৰুতবেগী এল্টোৱে খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। গাড়ীখনৰ নম্বৰ হৈছে AS-01-AT-6004। মুহূৰ্ততে ভাঙি চুৰ্ণ-বিচুৰ্ণ হয় ব‍্যৱসায়িক প্ৰতিষ্ঠান খন। ঘটনাটোত তিনিজন লোক গুৰুতৰ ভাৱে আহত হয়। আহত লোক তিনিজন হৈছে কেকোৱাহাটীৰ সুনিল বসুমতাৰী(৩৬), ফুকন বড়ো(৪৬) আৰু ভগিৰথ বড়ো(৫৮)। স্থানীয় ৰাইজে ততাতৈয়াকৈ তিনিওজনকে স্পৰ্শ হস্পিটালত ভৰ্তি কৰায়।

Bite:- স্থানীয় ৰাইজ, আহত ব‍্যক্তিConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.