ETV Bharat / state

আৰম্ভ হৈছে ৰাজতিলকৰ যাত্ৰা

author img

By

Published : Aug 23, 2019, 7:47 PM IST

2019-20 বৰ্ষৰ বাবে সাজু হৈছে ৰাজতিলক থিয়েটাৰ

আৰম্ভ হৈছে ৰাজতিলকৰ যাত্ৰা

দক্ষিণ কামৰূপ,23 আগষ্টঃ আৰম্ভ হৈছে ভ্ৰাম্যমানৰ নাট্যযাত্ৰা ৷ ২০১৯-২০ বৰ্ষৰ বাবে এতিয়া সাজু হৈছে ভ্ৰাম্যমান থিয়েটাৰৰ দলসমূহ ৷ ২০১৯-২০ বৰ্ষৰ বাবে শুকুৰবাৰৰ পৰা সাজু হৈছে​ ৰাজতিলক থিয়েটাৰ। বৃহস্পতিবাৰে নিশা আনুষ্ঠানিকভাৱে বৰ্ষটোৰ বাবে নাট্যযাত্ৰাৰ শুভাৰম্ভণি ঘটিল ৰাজতিলক থিয়েটাৰৰ । মহানগৰীৰ খানামুখৰ লক্ষী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত ৰাজতিলক থিয়েটাৰৰ পেণ্ডেলত নাট্যৰ আনুষ্ঠানিক শুভাৰম্ভণি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে কামৰূপ মহানগৰ সাহিত্য সভাৰ সভাপতি মৃণালিনী দেৱীয়ে ৷ তাৰপিছতে জ্যেষ্ঠ অভিনেতা দীনেশ দাসে মঞ্চৰ ফিটা কাটি আনুষ্ঠানিকভাৱে মঞ্চ মুকলি কৰে ।

আৰম্ভ হৈছে ৰাজতিলকৰ যাত্ৰা

ৰাজতিলক থিয়েটাৰে এইবাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ 'অগ্নিসাক্ষী' আৰু অভিজিৎ ভট্টাচাৰ্যৰ 'চকুপানীৰ পুতলা' আৰু 'মানৱ ড্ৰাইভাৰৰ প্ৰেম' নামৰ ৩ খন নাট অসমবাসী ৰাইজক উপহাৰ দিব । প্ৰথমটো পেণ্ডেলৰ প্ৰথমটো দৰ্শনীতে ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখি অভিভূত হৈ পৰে অভিনেতা-অভিনেত্ৰীসকল ৷এইবৰ্ষৰ নাটসমূহত অভিনয় কৰিছে ৰাগ ঐনিতম,জুপিতৰা ভূঞাকে ধৰি কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে ৷

Intro:২০১৯-২০ বৰ্ষৰ বাবে এতিয়া সাজু হৈছে ভ্ৰাম্যমান থিয়টাৰ দলসমুহ । আজিৰে পৰা ২০১৯-২০ বৰ্ষটোৰ বাবে সাজু হ'ল ৰাজতিলক থিয়েটাৰ Body:Vo..পুনৰ আৰম্ভ হ'ল ভ্ৰাম্যমানৰ নাট্যযাত্ৰা ! ২০১৯-২০ বৰ্ষৰ বাবে এতিয়া সাজু হৈছে ভ্ৰাম্যমান থিয়েটাৰৰ দলসমুহ । আজিৰে পৰা ২০১৯-২০ বৰ্ষটোৰ বাবে সাজু হ'ল ৰাজতিলক থিয়েটাৰ । যোৱানিশা আনুস্থানিকভাৱে বৰ্ষটোৰ বাবে নাট্যযাত্ৰাৰ শুভাৰম্ভণি ঘটিল ৰাজতিলক থিয়েটাৰৰ । মহানগৰীৰ খানামুখৰ লক্ষী মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত ৰাজতিলক থিয়েটাৰৰ পেণ্ডেলত নাট্যৰ আনুস্থানিক শুভাৰম্ভণি অনুস্থানত বন্তি প্ৰজ্বলন কৰে কামৰূপ মহানগৰ সাহিত্যসভাৰ সভাপতি মৃণালিনী দেৱীয়ে, তাৰপিছতে জেষ্ঠ অভিনেতা দিনেশ দাসে মঞ্চৰ ফিটা কাটি আনুষ্ঠানিক মঞ্চ মুকলি কৰে ।

Bite1..সমিতি ।

ৰাজতিলক থিয়েটাৰে এইবাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ 'অগ্নিসাক্ষী' আৰু অভিজিৎ ভট্টাচাৰ্যৰ 'চকুপানীৰ পুতলা' আৰু 'মানৱ ড্ৰাঈভাৰৰ প্ৰেম' নামৰ ৩ খন নাট অসমবাসী ৰাইজক উপহাৰ দিব । প্ৰথমটো পেণ্ডেলৰ প্ৰথমটো দৰ্শনীতে ৰাইজৰ সহাঁৰি দেখি অভিভুত হৈ পৰে অভিনেতা-অভিনেত্ৰীসকল ।

Bite2 &3.. ৰাগ ঐনিতম আৰু জুপিতৰা ভুঞা ।
Conclusion:এইবৰ্ষৰ নাটসমুহত অভিনয় কৰিছে ৰাগ ঐনিতম,জুপিতৰা ভূঞাকে ধৰি কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰী ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.