ETV Bharat / state

ডাঃ প্ৰিয়ংকা ৰেড্ডীৰ ন্যায়ৰ দাবীত মহানগৰীৰ ৰাজপথত উত্তাল প্ৰতিবাদ

হাতে হাতে প্লে-কাৰ্ড আৰু মমবাতি জ্বলাই সাব্যস্ত কৰিলে ধৰ্ষণকাৰীৰ বিৰুদ্ধে শতাধিক যুৱক-যুৱতীৰ প্ৰতিবাদ । শীঘ্ৰে ধৰ্ষণকাৰীক ফাঁচীৰ দাবী তুলিলে প্ৰতিবাদকাৰী সকলে ৷

ETV BHARAT
ডাঃ প্ৰিয়ংকা ৰেড্ডীৰ ন্যায়ৰ দাবীত মহানগৰীৰ ৰাজপথত উত্তাল প্ৰতিবাদ
author img

By

Published : Nov 30, 2019, 11:35 PM IST

আজাৰা, 30 নৱেম্বৰঃ গুৱাহাটী মহানগৰীৰ ধাৰাপুৰৰ ৰাজপথত উত্তাল প্ৰতিবাদ শতাধিক যুৱক-যুৱতীৰ ৷ হাতে হাতে মমবাতি জ্বলাই ডাঃ প্ৰিয়ংকা ৰেড্ডীৰ ন্যায়ৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷

মহানগৰীৰৰ ধাৰাপুৰত ডাঃ প্ৰিয়ংকা ৰেড্ডীৰ ন্যায়ৰ দাবীত ওলাই আহিল শতাধিক যুৱক-যুৱতী । উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে হাইদৰাবাদৰ শ্বামছাবাদৰ টলপ্লাজাৰ ওচৰত পশু চিকিৎসক এগৰাকীক ধৰ্ষণ কৰি নৃশংসভাবে হত্যা কৰি জ্বলাই দিছিল ধৰ্ষণকাৰীয়ে । পূৰ্বতেও দেশত সংঘটিত হৈ আহিছে অতি অমানৱীয় ধৰ্ষণ কাণ্ড । ধৰ্ষণ কৰি হত্যা কৰা হয় যুৱতীক কিন্তু বৰ্তমানলৈ চৰকাৰে বিশেষ কোনো পদক্ষেপ হাতত নোলোৱাৰ বাবে সংঘটিত হৈ আহিছে এনে অনুৰূপ ঘটনা । যাৰ বাবে যুৱতীসকল হৈ পৰিছে নিৰাপত্তাহীনতা । উক্ত ঘটনাক কেন্দ্ৰ কৰি মহানগৰীৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক যুৱক-যুৱতীয়ে ৷ প্ৰতিবাদকাৰী সকলে ধৰ্ষণকাণ্ডৰ ন্যায় বিচৰাৰ লগতে এনে ঘটনা পুনৰাবৃত্তি নকৰাৰ বাবে ধাৰাপুৰৰ পৰা ৰাজপথেৰে এক প্ৰতিবাদী সমদল উলিয়াই ৷ এনে ঘটনা ভৱিষ্যতে যাতে আৰু নহয় তাৰ বাবে বিহিত ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী কৰে প্ৰতিবাদকাৰীসকলে ৷

ডাঃ প্ৰিয়ংকা ৰেড্ডীৰ ন্যায়ৰ দাবীত মহানগৰীৰ ৰাজপথত উত্তাল প্ৰতিবাদ

লগতে পঢ়ক- কাগজ কল নিলামৰ বিৰুদ্ধে হাইলাকান্দিত উত্তাল প্ৰতিবাদ

Intro:মহানগৰীৰৰ ধাৰাপুৰত ডা° প্ৰিয়ংকা ৰেড্ডীৰ ন্যায়ৰ দাবীত ওলাই আহিল বহুতো যুৱক-যুৱতী ।Body:Ocvo...মহানগৰীৰৰ ধাৰাপুৰত ডা° প্ৰিয়ংকা ৰেড্ডীৰ ন্যায়ৰ দাবীত ওলাই আহিল বহুতো যুৱক-যুৱতী । হাতে হাতে প্লে-কাৰ্ড আৰু ম'মবাতি জ্বলাই সাব্যস্ত কৰিলে ধৰ্ষণকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ । ধৰ্ষণকাৰীক ফাচি দিয়ক,প্ৰিয়ংকা ৰেড্ডীক ন্যায় দিয়ক আদি শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ । উল্লেখ্য যে বৃহস্পতিবাৰে হাইদৰাবাদৰ শ্বামছাবাদৰ টলপ্লাজাৰ ওচৰত পশু চিকিৎসক এগৰাকীক ধৰ্ষণ কৰি নৃশংস ভাৱে হত্যা কৰি জ্বলাই দিছিল ধৰ্ষণকাৰীয়ে । পুৰ্বতেও দেশত সংঘটিত হৈ আহিছে অতি অমানৱীয় ধৰ্ষণ কাণ্ড । ধৰ্ষণ কৰি হত্যা কৰা হয় যুৱতীক কিন্তু বৰ্তমানলৈ চৰকাৰে বিশেষ কোনো পদক্ষেপ হাতত নোলোৱাৰ বাবে সংঘটিত হৈ আহিছে এনে অনুৰূপ ঘটনা । যাৰ বাবে যুৱতীসকল হৈ পৰিছে নিৰাপত্তাহীন ।Conclusion:আজি ধৰ্ষণকাণ্ডৰ ন্যায় বিচৰাৰ লগতে এনে ঘটনা পুনৰাবৃত্তি নকৰাৰ বাবে ধাৰাপুৰৰ পৰা ৰাজপথেৰে এক প্ৰতিবাদী সমদল উলিয়াই এই সকল যুৱক-যুৱতীয়ে ।

Bite1 &2..প্ৰতিবাদকাৰী ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.