ETV Bharat / state

২৫ লাখ সাহিত্য অনুৰাগীক আদৰিবলৈ সাজু শুৱালকুচিবাসী

author img

By

Published : Jan 13, 2020, 10:15 PM IST

উল্লেখ্য যে, জ্যোতি ক্ষেত্ৰৰ পৰা অশোকাষ্টমী ক্ষেত্রলৈ নিৰ্মাণ  ভাগে ভাগে পেণ্ডেল কৰা হৈছে ।  ইতিমধ্যে সম্পূৰ্ণ হৈছে মূল টোৰনৰ ৫০% কাম ।

২৫ লাখ সাহিত্য অনুৰাগীক আদৰিবলৈ সাজু শুৱালকুচিবাসী
২৫ লাখ সাহিত্য অনুৰাগীক আদৰিবলৈ সাজু শুৱালকুচিবাসী

শুৱালকুচি, 13 জানুৱাৰী: অসম সাহিত্য সভাৰ শুৱালকুচি অধিবেশনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। আগন্তুক ৩১ জানুৱাৰী পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ শুৱালকুচি অধিবেশন । শুৱালকুচিৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ সেউজ বালিচৰত ১২০ বিঘা ভূমিত পূৰ্ণোদ্যমে চলিছে অধিবেশনৰ প্ৰস্তুতি । উল্লেখ্য যে, জ্যোতি ক্ষেত্ৰৰ পৰা অশোকাষ্টমী ক্ষেত্রলৈ নিৰ্মাণ ভাগে ভাগে পেণ্ডেল কৰা হৈছে । ইতিমধ্যে সম্পূৰ্ণ হৈছে মূল টোৰনৰ ৫০% কাম । ২৫ লাখ সাহিত্য অনুৰাগীক আদৰিবলৈ সাজু শুৱালকুচিবাসী । শুৱালকুচি অসম সাহিত্য সভাৰ অধিৱেশনলৈ নিমন্ত্ৰণ জনোৱা হৈছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক। বাৰে ৰহনীয়া সংস্কৃতিক অনুষ্ঠান, দেশ বিদেশৰ বিশিষ্ট সাহিত্যিকৰ আগমন ঘটিব আগন্তুক অধিবেশনলৈ ।

অসম সাহিত্য সভাৰ শুৱালকুচি অধিবেশন

লগতে পঢ়ক: NDFB(S) অস্ত্ৰ সম্বৰণঃ কি চৰ্তত মান্তি হ'ল আলোচনাত বহিবলৈ !

উল্লেখ্য যে, অসম সাহিত্য সভা ৭৫তম অধিবেশনৰ বাবে ইতিমধ্যে সাজি উলিওৱা হৈছে এটি শীৰ্ষ সংগীত ৷ এই গীতটোৰ ৰচনা ডঃ অমৰজ্যোতি চৌধুৰী, কণ্ঠ ডঃ অমৰজ্যোতি চৌধুৰী, অঞ্জন জ্যোতি চৌধুৰী, তপন লহকৰ, গায়ত্ৰী হাজৰিকা, নাহিদ আফ্ৰিন আৰু জয়শ্ৰী কলিতাৰ। শীৰ্ষ সংগীতটোৰ পৰিচালনা ৰূপম তালুকদাৰৰ ৷ সামগ্ৰিক পৰিকল্পনা বিৰাজ কুমাৰ দাসৰ ৷ ইতিমধ্যে সাজি উলিওৱা হৈছে শুৱালকুচি সাহিত্য সভাৰ আদৰণি সমিতিয়ে।

অসম সাহিত্য সভা ৭৫তম অধিবেশনৰ শীৰ্ষ সংগীত মুকলি

Intro:

অসম সাহিত্য সভাৰ শুৱালকুচি অধিবেশনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী।অহা ৩১ জানুৱাৰী পৰা ৪ ফেব্ৰুৱাৰী লৈ অসম সাহিত্য সভাৰ শুৱালকুচি অধিবেশন।

Body:পূৰ্ণোদমে চলিছে প্ৰস্তুতি।শুৱালকুচি ৰ ব্ৰহ্মপুত্ৰৰ পাৰত সেউজ বালিচৰত ১২০ বিঘা ভূমিত এই অধিবেশন অনুষ্ঠিত হব।জ্যোতি ক্ষেত্ৰৰ পৰা অশোকাষ্টমী ক্ষেত্রলৈ
নিৰ্মাণ কৰা হৈছে ভাগে ভাগে পেণ্ডেল ।মূল টোৰনৰ ৫০%
কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। ২৫ লাখ সাহিত্য অনুৰাগীক
আদৰিবলৈ সাজু শুৱালকুচি বাসী। শুৱালকুচি অসম সাহিত্য সভাৰ অধিৱেশনলৈ ইতিমধ্যে নিমন্ত্ৰণ জনাইছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক।বাৰে ৰহনীয়া সংস্কৃতিক অনুষ্ঠান, দেশ বিদেশৰ বিশিষ্ট সাহিত্যিকৰ আগমন ঘটিব
অধিবেশনলৈ ।

Conclusion:ইতিমধ্যে অসম সাহিত্য সভা ৭৫তম অধিবেশন ৰ এটি থিম চং সাজি উলিয়াছে এই গীততোৰ ৰচনা ডঃ অমৰজ্যোতি চৌধুৰী, কণ্ঠ ডঃ অমৰজ্যোতি চৌধুৰী,অঞ্জন জ্যোতি চৌধুৰী,তপন লহকৰ, গায়ত্ৰী হাজৰিকা, নাহিদ আফ্ৰিন আৰু জয়শ্ৰী কলিতা। সিংগীত - ৰূপম তালুকদাৰ।সামগ্ৰিক পৰিকল্পনাঃ বিৰাজ কুমাৰ দাস ৰ সহযোগিতা এই থিম চং সাজি উলিয়ায়ছে শুৱালকুচি সাহিত্য সভাৰ আদৰণি সমিতিয়ে।

byte - মৃগেন দাস উপ সভাপতি সাংস্কৃতিক বিভাগৰ

নয়ন মণি চৌধুৰী আদৰণি সমিতিৰ সদস্য।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.