কামৰূপ,18 মাৰ্চঃ বাইহাটা চাৰিআলিৰ ভিতৰখোলা গাঁৱৰ এজন ব্যক্তিৰ নিৰুদ্দেশে অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । জলসিঞ্চন বিভাগৰ কৰ্মচাৰী তথা দুটি সন্তানৰ পিতৃ কৃষ্ণকান্ত নাথ নামৰ ব্যক্তি গৰাকী নিৰুদ্দেশ হৈ আছে যোৱা ১৪ মাৰ্চৰ পৰা । অফিচৰ কামত গুৱাহাটীলৈ বুলি শনিবাৰে ওলাই গৈছিল কৃষ্ণকান্ত নাথ । কিন্তু সেই দিনাৰে পৰা ঘৰলৈ উভতি অহা নাই কৃষ্ণকান্ত নাথ। কোনো লোকে অপহৰণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। এতিয়া শোকত বিহ্বল হৈ পৰিছে কৃষ্ণকান্তৰ পৰিয়ালবৰ্গ। কেমেৰাৰ সন্মুখত কান্দি কান্দি কৃষ্ণকান্তক ঘৰলৈ উভতি অহাৰ আহ্বান জনাইছে পত্নীৰ লগতে দুই কন্যা সন্তানে।
বাইহাটা চাৰিআলিৰ পৰা নিৰুদ্দেশ জলসিঞ্চন বিভাগৰ কৰ্মচাৰী - baihata chari ali vitorkhola gaon
বাইহাটা চাৰিআলিৰ ভিতৰখোলা গাঁৱৰ পৰা নিৰুদ্দেশ এগৰাকী জলসিঞ্চন বিভাগৰ কৰ্মচাৰী ৷