ETV Bharat / state

ৰাজ্যত মুকলি হ’ব IWTৰ চাৰিখনকৈ ৰপেক্স জাহাজ

author img

By

Published : Feb 17, 2021, 10:35 PM IST

বৃহস্পতিবাৰে ৰাজ্যত মুকলি হ’ব IWTৰ চাৰিখনকৈ অত্যাধুনিক প্ৰযুক্তি ৰপেক্স জাহাজ ৷ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰ্চুৱেলী মুকলি কৰিব এই অত্যাধুনিক জাহাজকেইখন ৷

as_kmp_north-ghy-iwt-new-ropex-ship_vis_ASC10051
ৰাজ্যত মুকলি হ’ব IWTৰ চাৰিখনকৈ ৰপেক্স জাহাজ

বাইহাটা, 17 ফেব্ৰুৱাৰী: ৰাজ্যৰ নদী যাত্ৰীৰ বাবে সু-খবৰ ৷ আভ্যন্তৰীণ জল বিভাগত সংযোজন হ’ব অন্য এক অধ্যায় ৷ বৃহস্পতিবাৰে ৰাজ্যত মুকলি হ’ব IWTৰ চাৰিখনকৈ অত্যাধুনিক প্ৰযুক্তি ৰপেক্স জাহাজ ৷

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰ্চুৱেলী মুকলি কৰিব এই অত্যাধুনিক জাহাজকেইখন ৷ ইয়াৰে মাজুলী-নিমাতীত দুখন জাহাজ, গুৱাহাটী-উত্তৰ গুৱাহাটীত এখন জাহাজ আৰু আনখন জাহাজ ধুবুৰীত চলিব । অত্যাধুনিক জাহাজসমূহৰ জৰিয়তে সুৰক্ষিত হৈ নদী পাৰ হব পাৰিব যাত্ৰী সকল ।

উল্লেখ্য যে, এই জাহাজ কেইখনত এবাৰত ১৫০ গাৰকী যাত্ৰী, দুখন ট্ৰাক, চাৰিখন চাৰিচকীয়া বাহন পাৰ হ'ব পাৰিব ।

লগতে পঢ়ক-ভাৰত-বাংলাদেশ সীমান্তত হ'ব যৌথ বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.