ETV Bharat / state

অগপৰ নেতা যতীন মালীক লৈ কংগ্ৰেছত বিসংবাদ

যতীন মালীয়ে কংগ্ৰেছত যোগদান কৰিয়ে কংগ্ৰেছৰ পৰা বিধান সভাত জয়ী হোৱাৰ প্ৰসংগত কৰা মন্তব্যৰ বিৰুদ্ধে ক্ষুব্ধ একাংশ কংগ্ৰেছ সমৰ্থক ৷

author img

By

Published : Apr 5, 2019, 10:05 PM IST

যতীন মালীক লৈ কংগ্ৰেছত বিসংবাদ

গুৱাহাটী,5এপ্ৰিল: "কংগ্ৰেছলৈ আহিছে আগতে কাম কৰক । নহ'লে আমাৰ যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ এনেকুৱা একাংশ কৰ্মী আছে তেখেতৰ হাত-ভৰি সকলো ভাঙি দিব ।"- শুকুৰবাৰে দক্ষিণ কামৰূপত এই বিস্ফোৰক মন্তব্য মন্তব্য কংগ্ৰেছৰ নেতা নৱ তালুকদাৰৰ । বৃহস্পতিবাৰে কংগ্ৰেছ যোগদান কৰিয়ে যতীন মালীয়ে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা টিকট লাভ কৰি জয়ী হ'ব বুলি মন্তব্য কৰি পূৰ্বৰ পলাশবাৰী সমষ্টিৰ দায়িত্বত থকা নৱ তালুকদাৰক আঁতৰোৱা হৈছে বুলি মন্তব্য কৰিছিল ৷ যাৰ পাচৰে পৰা কংগ্ৰেছৰ একাংশ কৰ্মী-সদস্যই মালীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰাৰ লগতে শুকুৰবাৰে কংগ্ৰেছৰ নেতা নৱ তালুকদাৰে তেওঁক কটাক্ষ কৰি কংগ্ৰেছত থাকি সপোন দেখা বাদ দি কংগ্ৰেছৰ হৈ কাম কৰিবলৈ সকীয়নি দিয়ে ৷

Slug:-A_Kam_Naba_Talukder_Againts_Jatin_Mali_811-812_vis+bite+photo_Ajay_Das

প্ৰাক্তন আছু নেতা তথা অগপৰ প্ৰাক্তন শিক্ষামন্ত্ৰী যতিন মালীক লৈ এতিয়া কংগ্ৰেছতে বিসংবাদ ।

Ocvo..প্ৰাক্তন আছু নেতা তথা অগপৰ প্ৰাক্তন শিক্ষামন্ত্ৰী যতিন মালীক লৈ এতিয়া কংগ্ৰেছতে বিতৰ্ক । আজি দক্ষিণ কামৰূপত বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ নেতাৰে  । "আহি আগতে কাম কৰক । নহ'লে আমাৰ যুৱ কংগ্ৰেছ আৰু NSUIৰ এনেকুৱা একাংশ কৰ্মী আছে তেখেতৰ হাত-ভৰি সকলো ভাঙি দিব । তেখেতৰ যিখিনি কৰ্মী আছিল সেইখিনি আগতে কংগ্ৰেছত যোগদান কৰক । ইয়াতে কংগ্ৰেছত আহি যি বিসংবাদৰ সৃষ্টি কৰিছে সেয়া হাজো সমষ্টি,পলাশবাৰী সমষ্টি,পশ্চিম গুৱাহাটী সমষ্টি এটা বিতৰ্কৰ সৃষ্টি হৈছে । যি টিকত পোৱাৰ কথা দেখিছে সেয়া এক সপোন । আমাৰ কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি ৰাহুল গান্ধী আছে যতিন মালীয়ে যি হিচাপত কথা কৈছে তেও ৰাহুল গান্ধীতকৈও ওপৰত গৈছে । এই অবান্তৰ কথা কৈ লাভ নাই কংগ্ৰেছৰ সংস্কৃতিৰ মাজত আহক আমি আদৰণী জনাইছো । তেখেতে যোগদান কৰাৰ দিনাখন ৰাতিপুৱা সপোনখন দেখিছিল, কিবা খাইছিল তেও পাহৰি গৈছিল সেয়ে অবান্তৰ কথা কৈছে । যতিন মালীৰ যদি কোনোবা অনুগামী আছে তেখেতসকলোক কংগ্ৰেছলৈ লৈ আহক আমি আদৰণি জনাই একেলগে কাম কৰিম । তেখেতে টিকতৰ কাৰণেহে কংগ্ৰেছত আহিছে । দক্ষিণ কামৰূপৰ ৰামপুৰত এই বিস্ফোৰকৰ মন্তব্য কংগ্ৰেছৰ নেতা পলাশবাৰী বিধানসভা সমষ্টিৰ হৈ প্ৰতিনিধিত্ব কৰা নৱ তালুকদাৰৰ ।

Bite..নৱ তালুকদাৰ ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.