ETV Bharat / state

বকোত পৰিবহন বিভাগৰ অভিযান - পথ সুৰক্ষা

মঙলবাৰে বকোৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই কামৰূপ (গ্ৰাম্য) পৰিবহন বিভাগে । ৰাজ্যৰ ভিতৰতে সৰ্বাধিক দুৰ্ঘটনা সংঘটিত জিলা হিচাপে পৰিগণিত হোৱা কামৰূপত(গ্ৰাম্য) দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে এই অভিযান চলায় পৰিবহন বিভাগে ৷

বকোত পৰিবহন বিভাগৰ অভিযান
author img

By

Published : Sep 24, 2019, 8:42 AM IST

কামৰূপ, 24 ছেপ্টেম্বৰঃ বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে আকস্মিক ভাৱে উপস্থিত হ'ল কামৰূপ (গ্ৰাম্য) পৰিবহন বিভাগৰ বিষয়া আৰু কৰ্মচাৰী । ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই সংঘটিত হৈ থকা দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে বকো হাইস্কুলৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত এক তালাচী অভিযান চলাই পৰিবহন বিভাগে । এই অভিযান কালত হেলমেট পৰিধান নকৰা,সুৰামত্ত চালকৰ লগতে কম বয়সীয়া চালক সকলক জৰিমনা ভৰোৱাৰ উপৰিও তালাচী অভিযান চলায় ৷ আনহাতে পৰিবহন বিভাগে ৰাইজক মাইকেৰে পথ সুৰক্ষা প্ৰতি লক্ষ্য ৰাখিবলৈ আৰু আগন্তুক ভাৰত চৰকাৰৰ দ্বাৰা অসমত অতি সোনকালে বলবৎ হ'বলগীয়া কঠোৰ নিয়মসমূহৰ বিষয়ে অৱগত কৰায় ।

Intro:Body:বকোত পৰিবহন বিভাগৰ অভিযান। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি আকস্মিক ভাৱে উপস্থিত হল কামৰূপ (গ্ৰাম্য) পৰিবহন বিভাগৰ বিষয়া আৰু কৰ্মচাৰী। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই সংঘটিত হৈ থকা দূৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে বকো হাইস্কুলৰ সন্মুখত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক তালাচী অভিযান চলাই। অভিযান কালত হেলমেট পৰিধান নকৰা, সুৰামত্ত চালকৰ, কম বয়সীয়া চালক সকলক জৰিমনা ভৰোৱাৰ উপৰিও তালাচী অভিযান কালত ৰাইজক মাইকেৰে পথ সুৰক্ষা প্ৰতি লক্ষ্য ৰাখিবলৈ আৰু আগন্তুক ভাৰত চৰকাৰৰদ্বাৰা অসমত অতি সোনকালে বলবৎ হবলগীয়া কঠোৰ নিয়মসমূহৰ বিষয়ে অৱগত কৰায়। আনহাতে, যাত্ৰীবাহী বাছ, ট্ৰেভেলাৰসমূহক নাকী লগাবলৈ গাড়ী সমূহৰ পুংক্ষানুপুংখ পৰীক্ষা কৰাৰ লগতে জৰিমনাও বিহে।

Byte- বিক্ৰমাদিত্য গগৈ, পৰিবহন বিষয়া। Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.