ETV Bharat / state

কামাখ্যা গেটত চিলিণ্ডাৰ বিষ্ফোৰণ আতংকিত ৰাইজ

author img

By

Published : Sep 6, 2019, 9:55 PM IST

মহানগৰীৰ কামাখ্যা গেটত ভয়ংকৰ ঘটনা ৷ এখন হোটেলত চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গত হৈ দাওদাওকৈ জ্বলি উঠিল চিলিণ্ডাৰটো ৷ চিলিণ্ডাৰত জুইৰ সূত্ৰপাত হোৱাত ৰাজপথলৈ পেলাই দিয়ে চিলিণ্ডাৰটো ৷

কামাখ্যা গেটত চিলিণ্ডাৰত জুই, আতংকিত ৰাইজ

গুৱাহাটী,6ছেপ্টেম্বৰঃ

  • মহানগৰীৰ কামাখ্যা গেটত ভয়ংকৰ ঘটনা
  • এখন হোটেলত চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গত হৈ দাওদাওকৈ জ্বলি উঠিল চিলিণ্ডাৰটো
    কামাখ্যা গেটত চিলিণ্ডাৰত জুই, আতংকিত ৰাইজ
  • চিলিণ্ডাৰত জুইৰ সূত্ৰপাত হোৱাত ৰাজপথলৈ পেলাই দিয়ে চিলিণ্ডাৰটো
  • ৰাজপথত বহুসময় ধৰি জ্বলি থাকে জুই
  • যাৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হয় অঞ্চলটোত
  • পিচত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপিত কৰে জুই

Intro:মহানগৰীৰ কামাখ্যা গেটত ভয়ংকৰ ঘটনা।

এখন হোটেলত চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গত হৈ দাওদাওকৈ জ্বলি উঠিল চিলিণ্ডাৰটো।

চিলিণ্ডাৰত জুইৰ সূত্ৰপাত হোৱাত ৰাজপথত পেলাই দিয়ে চিলিণ্ডাৰটো।

ৰাজপথত বহুসময় ধৰি জুই জ্বলি থাকে।

যাৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হয় অঞ্চলটোত।

পিছত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপিত কৰে জুই।

উল্লেখযোগ্য যে এক ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা পৰিল কামাখ্যা গেটবাসী।Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.