ETV Bharat / state

জালুকবাৰী আৰক্ষীৰ জালত প্ৰৱঞ্চক - JALUKBARI

ভুৱা পৰিচয়েৰে গাড়ীৰ মালিকক ভুৱা নথি পত্ৰ প্ৰদান কৰাৰ অভিযোগ উৎপল নাথ নামৰ প্ৰৱঞ্চক জনৰ বিৰুদ্ধে ৷

জালুকবাৰী আৰক্ষীৰ জালত প্ৰৱঞ্চক
author img

By

Published : Aug 27, 2019, 7:56 PM IST

  • জালুকবাৰী আৰক্ষীয়ে সোমবাৰে আটক কৰে উৎপল নাথ নামৰ এটা প্ৰৱঞ্চকক
  • ভুৱা পৰিচয়েৰে গ্ৰাহকৰ পৰা হাজাৰ হাজাৰ টকা লুটি নিয়াৰ অভিযোগ উৎপল নাথৰ বিৰুদ্ধে
  • ৰাণু বৈশ্য নামৰ এগৰাকী মহিলাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে প্ৰৱঞ্চকটোক
  • ৰাণু বৈশ্যক গাড়ীৰ নথি পত্ৰৰ নামত ভুৱা নথি পত্ৰ দিছিল উৎপল নাথে
  • ঘটনাৰ সন্দৰ্ভত ৰাণু বৈশ্যই জালুকবাৰী আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ
  • উৎপল নাথৰ পৰা আৰক্ষীয়ে এখন চাৰিচকীয়া বাহন,ছীল মোহৰ, আৰু বহু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে
  • জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত

Intro:জালুকবাৰী আৰক্ষীৰ জালত এটা ঠগ প্ৰৱঞ্চক। ভুৱা পৰিচয় দি গাড়ী মালিকৰ পৰা হাজাৰ হাজাৰ লুটি নিয়াৰ অভিযোগ প্ৰৱঞ্চকটোৰ বিৰুদ্ধে। হাজাৰ হাজাৰ টকাৰ বিনিময়ত দিছিল ভুৱা নথি-পত্ৰ। নিজকে পৰিৱহণ বিভাগৰ কাৰ্যালয়ৰ উঠি ৰজা বহি ৰজা বুলি চিনাকী দি আহিছিল উৎপল দাস নামৰ এইটো প্ৰৱঞ্চকে।ভুৱা নথি-পত্ৰ দি গাড়ী বিক্ৰী কৰাৰ কথা গম পাই ভুক্তভোগী ৰাণু বৈশ্যই কাষ চাপে জালুকবাৰী আৰক্ষীৰ। মহিলাৰ এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আটক কৰে উৎপল নাথক। লোকজনৰ পৰা এখন চাৰিচকীয়া বাহন, চিল, বহু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে। সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। এই অবৈধ কাৰবাৰত আৰু কোন জড়িত আছে সেই ক্ষেত্ৰত অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.