ETV Bharat / state

হাজোত নাওখেলৰ নাজতে প্ৰচণ্ড মাৰপিট

শনিযাদি চৰাবড়ী প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত বুল্লুট বৰলিয়া নদীত অনুষ্ঠিত হৈছিল নাওখেল প্ৰতিযোগিতা ৷ কিন্তু খেলৰ চেমি ফাইনেলৰ ঘোষণাৰ পিছতে একাংশ অনুৰাগীয়ে খেল পৰিচালনা সমিতিৰ সিদ্ধান্তত অসন্তুষ্ট হৈ কমিটিৰ মঞ্চ লণ্ড ভণ্ড কৰাৰ লগতে প্ৰহাৰ কৰে সমিতিৰ কেবাজনো লোকক ৷

বুল্লুট বৰলিয়া নদীত অনুষ্ঠিত হৈছিল নাওখেল প্ৰতিযোগিতা
author img

By

Published : Oct 21, 2019, 3:44 PM IST

হাজো,21 অক্টোবৰঃ হাজোৰ খোপনীকুছি জানৰপাৰত অনুষ্ঠিত নাওখেলত সংঘটিত হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ শনিযাদি চৰাবড়ী প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত বুল্লুট বৰলিয়া নদীত অনুষ্ঠিত হৈছিল নাওখেল প্ৰতিযোগিতাখন ৷ কিন্তু হঠাতে খেলখনৰ মাজতে সংঘটিত হয় এক অপ্ৰীতিকৰ ঘটনা ৷ খেলৰ চেমি ফাইনেলৰ ঘোষণাৰ পিছতে একাংশ অনুৰাগীযে খেল পৰিচালনা সমিতিৰ সিদ্ধান্তত অসন্তুষ্ট হৈ কমিটিৰ মঞ্চ লণ্ড ভণ্ড কৰাৰ লগতে প্ৰহাৰ কৰে সমিতিৰ কেবাজনো লোকক ৷

হাজোত নাওখেলৰ নাজতে প্ৰচণ্ড মাৰপিট

একাংশ লোকৰ সহযোগত পৰিস্থিতি নিযন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ লগতে আহত লোককেইজনক ততাতৈয়াকৈ জি এম চি এইচত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷ উল্লেখ্য যে, চেমি ফাইনেলৰ খেলখন অনুষ্ঠিত হৈছিল দ্বীনদয়াল আৰু ৰাইজৰ আৰ্শীবাদ নামৰ নাও দুখনৰ মাজত ৷

Intro:Slug- HAJO BOAT COMPATION HUNGAM

হাজোৰ খোপনীকুছি জানৰপাৰত নাও খেলত প্ৰচণ্ড মাৰপিত। কেইবাজনও আহত।

Script-হাজোৰ খোপনীকুছি জানৰপাৰত প্ৰচণ্ড মাৰপিত।বৰলিযা নদীত অনুষ্ঠিত হৈছিল নাওখেল প্ৰতিযোগিতা। Body:শনিযাদি চৰাবডী প্ৰাথমিক বিদ্যালয়ত সন্মুখত বুল্লুট বৰলিযা নদীত অনুস্থিত হৈছিল নাওখেল প্ৰতিযোগিতা। নাওখেল প্ৰতিযোগিতাৰ চেমি ফাইনেল খেলত লাগিল কেনা। চেমি ফাইনেল খেলখন হৈছিল দ্বীনদযাল আৰু ৰাইজৰ আৰ্শীবাদ নামৰ নাও দুখনৰ মাজত। খেল পৰিচালকৰ ফলাফল ঘোষনাৰ পিছতে একাংশ অনুৰাগীযে খেল পৰিচালনা সমিতিৰ সিদ্ধান্তত অসন্তুষ্ট হৈ কমিটিৰ মঞ্চ লন্ড ভন্ড কৰাৰ লগতে বাহ,আৰু বঠিযাৰে কোবাই সমিতিৰ কেবাজনো লোকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ফলত কেইবাজনো লোক আহত হয।Conclusion:একাংশ লোকৰ সহযোগত পৰিস্হিতি নিযন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আহত কেইজনক GMCH ত সিকিৎসা প্ৰদান কৰি থকা বুলি জানিব পৰা হৈছে।পৰিস্হিতি বৰ্তমানও তীব্ৰ উত্তেজনা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.