ETV Bharat / state

চিকিৎসক হোৱাৰ সপোন দশম স্থানপ্ৰাপ্ত হাজোৰ মনিষাৰ

হাজোৰ শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা মুঠ ৫৮৩ নম্বৰৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ মালাকাৰৰ ৷ হাজোৰ সাতদলাতৰ পৰশুৰাম মালাকাৰ আৰু মাতৃ উৰ্মিলা মালাকাৰৰ একমাত্ৰ কন্যা মনিষা মালাকাৰ ৷

author img

By

Published : May 15, 2019, 12:31 PM IST

তীৰ্থ নগৰী হাজোলৈ গৌৰৱ কঢ়িয়ালে মনিষা মালাকাৰে

হাজো, 15 মে': হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ কৰি হাজোলৈ গৌৰৱ কঢ়িয়াই আনিলে মনিষা মালাকাৰে ৷ হাজোৰ শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা মুঠ ৫৮৩ নম্বৰৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ মালাকাৰৰ ৷ হাজোৰ সাতদলাতৰ পৰশুৰাম মালাকাৰ আৰু মাতৃ উৰ্মিলা মালাকাৰৰ একমাত্ৰ কন্যা মনিষা মালাকাৰ ৷ ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ আশা ছাত্ৰীগৰাকীৰ ৷ ছাত্ৰীগৰাকীৰ এই ফলাফলত বিদ্যালয়ৰ চৌহদত দেখা গ'ল এক উৎসৱমুখৰ পৰিৱেশ ৷

Intro:👉 তীৰ্থ নগৰী হাজলৈ গৌৰৱ কঢ়িয়াই আনিলে মুঠ ৫৮৩ নম্বৰৰে দশম স্থানপ্ৰাপ্ত মানিষা মালাকাৰ।

👉হাজোৰ শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা অসমৰ ভিতৰত দশম স্থান লাভ কৰে মানিষা মালাকাৰ।

👉পিতৃৰ নাম পৰশুৰাম মালাকাৰ আৰু মাতৃ উৰ্মিলা মালাকাৰ একমাত্ৰ জয়ৰী মানিষা ঘৰৰ হাজোৰ সাতদলাত

👉ভৱিষ্যতে চিকিৎসক হোৱাৰ আশা।

👉মানিষা আপোন বিদ্যালয় ত দেখা গল উৎসৱ মুখৰ পৰিবেশ ।

Body:।

Conclusion:।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.