ETV Bharat / state

আমিনগাঁৱত উৎখাত গাঞ্জাৰ ঘাটি

লক ডাউনৰ মাজতে শনিবাৰে আমিনগাঁৱত উৎখাত গাঞ্জা বিক্ৰীৰ ঘাটি ৷ আৰক্ষীৰ চকুৰ সন্মুখতেই চলাই আহিছিল গাঞ্জাৰ ব্যৱসায় ৷

আমিনগাঁও
আমিনগাঁৱত উৎখাত গাঞ্জাৰ ঘাটি
author img

By

Published : Mar 28, 2020, 5:13 PM IST

কামৰূপ, 28 মাৰ্চঃ লক ডাউনৰ চতুৰ্থ দিনটোত অৰ্থাৎ শনিবাৰে কামৰূপৰ আমিনগাঁও বামুনীগাঁৱত গাঞ্জা বিক্ৰীৰ ঘাটি উৎখাত কৰে আৰক্ষীয়ে ৷ শনিবাৰে গাঞ্জাৰ ঘাটিতেই খানা পাটিছিল একাংশ নিচা সেৱনকাৰীয়ে ৷

আমিনগাঁও
আমিনগাঁৱত উৎখাত গাঞ্জাৰ ঘাটি

ঘটনাস্থলীত আৰক্ষী যোৱাৰ উমান পায় নিচা সেৱনকাৰী পলায়ন কৰে যদিও গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয় আমিনগাঁও আৰক্ষী।

আমিনগাঁৱত উৎখাত গাঞ্জাৰ ঘাটি

আৰু পঢ়কঃ ল’ক ডাউনঃ ঘৰৰ পৰাই শিক্ষাদান কৰি আদৰ্শ দেখুৱালে টিয়কৰ শিক্ষকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.