ETV Bharat / state

ধাৰাপুৰত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন - জনসাৰথি বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন

জনসাৰথি বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত ধাৰাপুৰত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন

ধাৰাপুৰত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন
author img

By

Published : Jul 2, 2019, 8:32 AM IST

দক্ষিণ কামৰূপ,1 জুলাইঃ মহানগৰীৰ ধাৰাপুৰত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন অনুষ্ঠান। জনসাৰথি বেচৰকাৰী স্বেচ্চাসেৱী সংগঠনৰ উদ্যোগত ধাৰাপুৰৰ দুৰ্গা মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠানৰ। অঞ্চলটোৰ বহুকেইখন গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰায় ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক গামোচা-জাপি,মানপত্ৰ আৰু উপহাৰৰ টোপোলাৰে অভিনন্দন জনায়।

ধাৰাপুৰত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন

ছাত্ৰ-ছাত্ৰীসকলক প্ৰেৰণা দিয়াৰ লগতে নতুনকৈ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ দিয়াৰ উদ্দেশ্যে জনসাৰথি বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনটোৱে এই কাৰ্যসূচী হাতত লয়। এই অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ননীগোপাল মহন্ত,ৰাষ্ট্ৰীয় স্বয়ং সংঘৰ ক্ষেত্ৰীয় বৌধিক প্ৰমুখ ত্ৰিথংক দাস কলিতা, GMDAৰ উপ অধ্যক্ষ মুকুটা ডেকাৰ লগতে বহুতো বিশিষ্ট ব্যক্তি ।

লগতে পঢ়কঃ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল

Intro:জনসাৰথি বেচৰকাৰী স্বেচ্চাসেৱী সংগঠনৰ উদ্যোগত ধাৰাপুৰত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন ।Body:Ocvo..মহানগৰীৰ ধাৰাপুৰত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন অনুস্থান । জনসাৰথি বেচৰকাৰী স্বেচ্চাসেৱী সংগঠনৰ উদ্যোগত ধাৰাপুৰৰ দুৰ্গা মন্দিৰৰ প্ৰাঙ্গনত অনুস্থিত কৰা হয় এক অভিনন্দন সম্বৰ্ধনা অনুস্থান । অঞ্চলটোৰ বহুকেইখন গাও পঞ্চায়তৰ অন্তৰ্গত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰায় ১৫০ ছাত্ৰ-ছাত্ৰীক গামোছা-জাপি,মানপত্ৰ আৰু উপহাৰেৰে অভিনন্দন জনাই । ছাত্ৰ-ছাত্ৰীসকলোক প্ৰেৰণা আৰু নতুনকৈ পৰীক্ষাত অৱতীৰ্ন হ'বলগীয়া ছাত্ৰ-ছাত্ৰীক উৎসাহ দিয়াৰ উদ্দেশ্যে জনসাৰথি বেচৰকাৰী স্বেচ্চাসেৱী সংগঠনটোৱে এই কাৰ্যসূচী হাতত লয় লগতে অনাগত দিনতো এনেবোৰ কাৰ্যসূচী হাতত ল'ব বুলি জনায় । Conclusion:এই অভিনন্দন অনুস্থানত উপস্থিত আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ননীগোপাল মহন্ত,ৰাষ্ট্ৰীয় স্বয়ং সংঘৰ ক্ষেত্ৰীয় বৌধিক প্ৰমুখ ত্ৰিথঙ্ক দাস কলিতা,GMDAৰ উপ অধ্যক্ষ মুকুটা ডেকাৰ লগতে বহুতো বিশিষ্ট ব্যক্তি ।

Bite..আয়োজক ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.