ETV Bharat / state

বাইহাটাত ৰাজপথতে পত্নীক আক্ৰমণ স্বামীৰ

চৰিফুলৰ ৰঙিয়াৰ পিতৃগৃহলৈ পত্নীক কোনোদিনে লৈ নহা চৰিফুলে সোমবাৰে আক্লিমাক তেওঁৰ বায়েকৰ ঘৰত থৈ যায় ৷ আৰু আজি পুৱা চৰিফুলে বায়েকৰ ঘৰত উপস্থিত হৈ পত্নীক মাৰধৰ কৰে ৷ ঘটনাৰ উমান পাই স্থানীয় ৰাইজ খৰ্গহস্ত হৈ চৰিফুলক আটক কৰি বাইহাটা আৰক্ষীক খবৰ দিয়াৰ লগতে আক্লিমাৰ চিকিৎসাৰ ব্যৱস্থা কৰে ৷ কিন্তু ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে চৰিফুলৰ বায়েক চুমিয়াৰা খাতুন আৰু ভিনিয়েক বুবুল আলীয়ে কৌশলেৰে চৰিফুলক পলুৱাই পঠিওৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

বাইহাটাত ৰাজপথত পত্নীক নিৰ্মমভাৱে প্ৰহাৰ স্বামিৰ
author img

By

Published : May 7, 2019, 2:36 PM IST

বাইহাটা, 07 মে' : ৰাজ্যত নিতৌ সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা ৷ বাইহাটা চাৰিআলিৰ পাত্ৰপুৰ গাঁৱত এনে এক ঘটনা সংঘটিত হৈছে ৷ বন্ধ কোঠাত নহয় ৰাজপথত পত্নীক প্ৰহাৰ কৰে স্বামীয়ে ৷
ঘটনাৰ বিৱৰণী অনুসৰি মাতৃহাৰা আক্লিমাই মাহীমাকৰ অত্যাচাৰ সহিব নোৱাৰি কৰ্মসুত্ৰে গুৱাহাটীৰ ভাড়াঘৰত থকাৰ পাচত চৰিফুলৰ সৈতে 7 মাহ পুৰ্বে প্ৰেমসূত্ৰে বিবাহপাশত আৱদ্ধ হয় আৰু দুয়ো গুৱাহাটীত থাকিবলৈ লয় ৷ পত্নী আক্লিমাৰ অভিযোগ অনুসৰি বিবাহৰ পাচৰে পৰা স্বামী চৰিফুলে তেওঁৰ ওপৰত প্ৰায়ে নিৰ্যাতন চলায় ৷ আনহাতে চৰিফুলৰ ৰঙিয়াৰ পিতৃগৃহলৈ পত্নীক কোনোদিনে লৈ নহা চৰিফুলে সোমবাৰে আক্লিমাক তেওঁৰ বায়েকৰ ঘৰত থৈ যায় ৷ আৰু আজি পুৱা চৰিফুলে বায়েকৰ ঘৰত উপস্থিত হৈ পত্নীক মাৰধৰ কৰে ৷ ঘটনাৰ উমান পাই স্থানীয় ৰাইজ খৰ্গহস্ত হৈ চৰিফুলক আটক কৰি বাইহাটা আৰক্ষীক খবৰ দিয়াৰ লগতে আক্লিমাৰ চিকিৎসাৰ ব্যৱস্থা কৰে ৷ কিন্তু ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে চৰিফুলৰ বায়েক চুমিয়াৰা খাতুন আৰু ভিনিয়েক বুবুল আলীয়ে কৌশলেৰে চৰিফুলক পলুৱাই পঠিওৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

বাইহাটাত ৰাজপথত পত্নীক নিৰ্মমভাৱে প্ৰহাৰ স্বামিৰ

স্থানীয় ৰাইজে জনোৱা অনুসৰি পূৰ্ৱে বাইক চুৰিৰ অপৰাধত চৰিফুলক বৰ্তমানো অসম আৰক্ষীয়ে অপৰাধ সংক্ৰান্তীয় গোচৰত বিচাৰি আছে ৷ সেয়ে এনে এজন অপৰাধীক আশ্ৰয় দিয়াৰ অপৰাধত বায়েক-ভিনিয়েকৰ লগতে চৰিফুলক আটকক কৰাৰ দাবী জনাই স্থানীয় ৰাইজে ৷ লগতে চৰিফুলে লগত লৈ অনা নম্বৰ প্লেত বিহিন 220 পালচাৰ বাইকখনো চুৰি বাইক বুলি সন্দেহ কৰে একাংশ স্থানীয় লোকে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে চৰিফুলৰ বাইকখন জব্দ কৰাৰ লগতে তেওঁৰ পত্নী আক্নিমা আৰু বায়েক ভীনিয়েকক থানালে নি সোধাপোচ আৰম্ভ কৰে ৷

Intro:Slug----Baihata Nari Nirjaton

V/O------বাইহাটা চাৰিঅালিৰ পাত্ৰপুৰ গাঁৱত চাঞ্চল্যকৰ ঘটণা।এইবাৰ বন্ধ কোঠাত নহয় ৰাজপথত নিজ পত্নীক প্ৰহাৰ স্বামীৰ।ৰঙিয়াৰ চৰিফুল অালী নামৰ বিবাহিত যুৱকৰ প্ৰহাৰত লেববেজান পত্নী অাক্লিমা খাতুন।ঘটণা সংঘটিত কৰি ৰহস্যজনকভাৱে অন্তৰ্ধান চৰিফুল।সাতমাহ পুৰ্বে চৰিফুল অাৰু অাক্লিমাৰ বিবাহ হোৱা বুলি জানিব পৰা গৈছে।কিন্তু পত্নী অাক্লিমাৰ অভিযোগ বিবাহৰ পিছৰে পৰা প্ৰায়ে নিৰ্যাতন চলায় অাহিছে স্বামী চৰিফুলে।মাতৃহাৰা অাক্লিমাই মাহীমাকৰ অত্যাচাৰ সহিব নোৱাৰি কৰ্মসুত্ৰে গুৱাহাটীত ভাড়াঘৰত থকাৰ পিছত চৰিফুলৰ সৈতে প্ৰেমসুত্ৰে বিবাহপাশত অাৱদ্ধ হয় অাৰু দুয়ো গুৱাহাটীতে থাকিবলে লয়।অানহাতে চৰিফুলৰ ৰঙিয়াৰ পিতৃগৃহলে পত্নীক কোনোদিনে লৈ নহা চৰিফুলে যোৱাকালি পত্নী অাক্লিমাক চৰিফুলে তেওঁৰ বায়েকৰ ঘৰতৰ থৈ যায়।কিন্তু অাজি পুৱা চৰিফুলে বায়েকৰ ঘৰত উপস্থিত হৈ নিজ পত্নীক মাৰধৰ কৰে।এই ক্ষেত্ৰত স্থাণীয় ৰাইজ খৰ্গহস্ত হৈ পৰে অাৰু চৰিফুলক অাৱদ্ধ কৰি অাক্লিমাৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে বাইহাটা অাৰক্ষীক খৱৰ দিয়ে।কিন্তু অাৰক্ষী উপস্থিত হোৱাৰ পুৰ্বে চৰিফুলৰ বায়েক চুমিয়াৰা খাতুন অাৰু ভিনিয়েক বুবুল অালীয়ে কৌশলেৰে চৰিফুলক পলুৱাই পঠায়।পাত্ৰপুৰৰ স্থাণীয় ৰাইজে পূৰ্ৱে বাইক চুৰিৰ অপৰাধত বায়েকৰ ঘৰৰ পৰা অাৰক্ষীয়ে অাটক কৰা চৰিফুল বৰ্তমানো অসম অাৰক্ষীয়ে অপৰাধ সংক্ৰান্তীয় গোচৰত বিচাৰি থকা বুলি জানিৱ পৰা গৈছে।সেয়ে এনে এজন অপৰাধীক অাশ্ৰয় দিয়াৰ অপৰাধত বায়েক ভিনিয়েকৰ লগতে চৰিফুলজ অাটক কৰাৰ দাবী জনাইছে স্থাণীয় ৰাইজে।ইয়াৰ লগতে চৰিফুলে লগত লৈ অনা নম্বৰ প্লেত বিহিন ২২০ পালচাৰ বাইকখনো এখন চুৰি বাইক বুলি সন্দেহ কৰিছে পাত্ৰপুৰৰ স্থাণীয় একাংশই।অৱশ্যে অাৰক্ষীয়ে চৰিফুলৰ জব্দকৃত বাইকখনৰ লগতে তেওঁৰ পত্নী অাক্লিমা অাৰু বায়েক ভীনিয়েকক থানালে অানি সোধাপোচ অাৰম্ভ কৰিছে।
বাইট----

Gautam deka.Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.