ETV Bharat / state

চৰাবড়ী কালী মন্দিৰত অনুষ্টুপীয়াকৈ কালী পূজা আয়োজন - guwahati

মহামাৰী কৰ'ণাৰ ভয়াবহতাৰ মাজতে ৰাজ্যবাসীও ব্যস্ত হৈ পৰিছে দিপাৱলী পালন কৰাত ৷ নলবাৰী আৰু কামৰূপ জিলাৰ সীমান্তৱৰ্ত্তী চৰাবড়ী কালী মন্দিৰতো উদযাপন কৰা হৈছে কালী পূজা ৷ ক'ভিড প্ৰট'কল মানি ৯ বজাতে বলিবিধান সহ সকলো পূজা অৰ্চনাৰ সামৰনি পৰিব ৷

As_nlb_01_diwali_celebrated_at_nalbari_img_as10004
চৰাবড়ী কালী মন্দিৰত অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে কালী পূজা
author img

By

Published : Nov 14, 2020, 7:47 PM IST

নলবাৰী, 14 নৱেম্বৰ: আজি পোহৰৰ উৎসৱ দীপাৱলী ৷ মহামাৰী কৰ'ণাৰ ভয়াবহতাৰ মাজতে দেশবাসীৰ লগতে ৰাজ্যবাসীও ব্যস্ত হৈ পৰিছে দিপাৱলী পালন কৰাত ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী আৰু কামৰূপ জিলাৰ সীমান্তৱৰ্ত্তী চৰাবড়ী কালী মন্দিৰতো উদযাপন কৰা হৈছে কালী পূজা ৷ দেশজুৰি কৰ'ণা ভাইৰাচৰ নীতি-নিয়মৰ মাজেৰে অনুষ্ঠিত হোৱা পূজাত দেখিবলৈ পোৱা গৈছে ভক্তৰ উপস্থিতি ৷ কিন্তু এইবেলি চৰাবড়ী কালী মন্দিৰত ক'ভিড প্ৰট'কল মানি নিশা ৯ বজাতে বলিবিধান সহ সকলো পূজা অৰ্চনাৰ সামৰনি পৰিব ৷

As_nlb_01_diwali_celebrated_at_nalbari_img_as10004
চৰাবড়ী কালী মন্দিৰত অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে কালী পূজা

উল্লেখযোগ্য যে, দুৰ্ঘটনা প্ৰৱন এই এলেকাটোত দূৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে স্থানীয় ৰাইজ আৰু প্ৰশাসনৰ সহযোগত ১৯৮৭-৮৮ চনত স্থাপন কৰা হৈছিল কালী মন্দিৰতো । তেতিয়াৰে পৰা মন্দিৰত প্ৰতিদিনে পূজা অৰ্চনা কৰি আহিছে যদিও কালী পূজা জাক জমকতাৰে পালন কৰি আহিছিল । কিন্তু এই বেলি মহামাৰী কৰ'ণাৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে কালী পূজা ৷

লগতে পঢ়ক:মৈৰাবাৰীত বিধায়কৰ ব্যৰ্থতাৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.