ETV Bharat / state

বাইহাটাত নিচাজাতীয় সামগ্ৰীসহ আটক দুজন

author img

By

Published : Jun 5, 2021, 1:49 PM IST

Updated : Jun 5, 2021, 2:01 PM IST

অসম আৰক্ষীয়ে ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । এই অভিযানৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাজনো ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰাৰ লগতে বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে ।

Changsari Ganja Recover 2 Arrested
বাইহাটাত নিচাজাতীয় দ্রব্যসহ আটক দুজন

বাইহাটা,৫ জুন: মহানগৰীৰ সমীপৱৰ্তী চাংসাৰি আৰক্ষীয়ে শনিবাৰে অভিযান চলাই দুজন নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ীক আটক কৰে ৷ আটকাধীন ব্যক্তি দুজন ফৰিদুৰ ৰহমান আৰু জগৰু দাস বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে জগৰু দাসৰ পৰা 1.38 গ্ৰাম গাঞ্জা (Ganja seized) জব্দ কৰে ৷ লগতে ফৰিদুৰৰ কবলৰ পৰা এক গ্ৰাম ব্ৰাউন চুগাৰ (Brown sugar)সহ এখন এ এছ ২৫ এছ ০৭৮২ নম্বৰৰ মটৰ চাইকেল উদ্ধাৰ কৰে ।

বাইহাটাত নিচাজাতীয় সামগ্ৰীসহ আটক দুজন

উল্লেখ্য যে, অসম আৰক্ষীয়ে (Assam Police)ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । এই অভিযানৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাজনো ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰাৰ লগতে বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে ।

লগতে পঢ়ক : নলবাৰী সদৰ থানাত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা

Last Updated : Jun 5, 2021, 2:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.