ETV Bharat / state

বকোত হতাশাগ্ৰস্ত শিক্ষকৰ আত্মহনন - টিউটৰিয়েল শিক্ষক হিচাপে নিযুক্তি

বকোৰ নোৱাপাৰাত এজন শিক্ষকৰ আত্মহননৰ ঘটনা পোহৰলৈ আহিছে । টিউটৰিয়েল শিক্ষক হিচাপে নিযুক্তি পোৱাৰ পিছতে হীৰেন কলিতা নামৰ 52 বৰ্ষীয় শিক্ষকজনে গ্ৰহণ কৰে আত্মহননৰ দৰে চৰম সিদ্ধান্ত ।

boko-disappointed-teacher-commited-suicide
বকোত হতাশাগ্ৰস্ত শিক্ষকৰ আত্মহনন
author img

By

Published : Feb 15, 2021, 1:26 PM IST

বকো, 15 ফেব্ৰুৱাৰী : বকোৰ নোৱাপাৰাত এজন শিক্ষকৰ চাঞ্চল্যকৰ আত্মহননৰ ঘটনা পোহৰলৈ আহিছে । নিজ গৃহৰ চৌহদৰ গছত চিপ লৈ আত্মহত্যা কৰিছে হীৰেন কলিতা নামৰ 52 বৰ্ষীয় শিক্ষকজনে ৷ টিউটৰিয়েল শিক্ষক হিচাপে নিযুক্তি পোৱা পিছতে শিক্ষকজনে লয় আত্মহননৰ দৰে চৰম সিদ্ধান্ত ।

boko-disappointed-teacher-commited-suicide
বকোত হতাশাগ্ৰস্ত শিক্ষকৰ আত্মহনন

যোৱা ৫ ফেব্ৰুৱাৰীত নিযুক্তি পোৱা পিছৰে পৰা শিক্ষকজনে ভূগি আছিল মানসিক হতাশাত । বিগত ১৫ বছৰে বিনা বেতনে কন্দলপাৰাৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ এম ই স্কুলত বিজ্ঞানৰ শিক্ষক হিচাপে শিক্ষকতা কৰিছিল হীৰেন কলিতাই ৷ 5 ফেব্ৰুৱাৰীত এখন প্ৰাথমিক বিদ্যালয়ত টিউটৰিয়েল শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল তেখেতক ৷ তাৰ পিছতে চৰম হতাশাত ভূগি শিক্ষকজনে এই চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক: পত্নীৰ বাবে টিকটৰ প্ৰয়োজন বিজেপি সাংসদৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.