জাগীৰোড,1ছেপ্টেম্বৰঃ শনিবাৰে প্ৰকাশ পোৱা এন আৰ চিৰ পূৰ্ণাংগ খচৰাৰ প্ৰতি ৰাজ্যজুৰি দেখা গৈছে অসন্তুষ্টি ৷ শনিবাৰে বিভিন্ন দল-সংগঠনে এই খচৰাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাচত দেওবাৰেও অব্যাহত আছে বিভিন্নজনৰ প্ৰতিক্ৰিয়া ৷ ইপিনে শনিবাৰে প্ৰকাশ পোৱা এন আৰ চিক লৈ সুখী নহয় বজৰং দল । ৰাজ্যত অধিক বিদেশী থকাৰ সন্দেহ কৰা জিলাসমূহতে অধিকাংশ লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ দলটোৰ । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী পুনৰীক্ষণ আৰু শুদ্ধকৈ প্ৰকাশৰ দাবীত জাগীৰোডত বজৰং দলে দেওবাৰে জোঁৰ লৈ সমদল কৰে । জাগীৰোদ প্ৰণ্ড সমিতিৰ উদ্যোগত এই কাৰ্যসূচী উলিওৱা হয় । এন আৰ চিত বিদেশী স্বদেশী আৰু স্বদেশী-বিদেশী হোৱা বুলি অভিযোগ কৰে বজৰং দলে ।
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী পুনৰীক্ষণ আৰু শুদ্ধকৈ প্ৰকাশৰ দাবীত জাগীৰোডত বজৰং দলৰ জোৰ সমদল - assam nrc
দেওবাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী পুনৰীক্ষণ আৰু শুদ্ধকৈ প্ৰকাশৰ দাবীত জাগীৰোডত বজৰং দলে জোৰ লৈ সমদল কৰে। এন আৰ চিত বিদেশী স্বদেশী আৰু স্বদেশী-বিদেশী হোৱা বুলি অভিযোগ কৰে বজৰং দলে ।
জাগীৰোড,1ছেপ্টেম্বৰঃ শনিবাৰে প্ৰকাশ পোৱা এন আৰ চিৰ পূৰ্ণাংগ খচৰাৰ প্ৰতি ৰাজ্যজুৰি দেখা গৈছে অসন্তুষ্টি ৷ শনিবাৰে বিভিন্ন দল-সংগঠনে এই খচৰাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাচত দেওবাৰেও অব্যাহত আছে বিভিন্নজনৰ প্ৰতিক্ৰিয়া ৷ ইপিনে শনিবাৰে প্ৰকাশ পোৱা এন আৰ চিক লৈ সুখী নহয় বজৰং দল । ৰাজ্যত অধিক বিদেশী থকাৰ সন্দেহ কৰা জিলাসমূহতে অধিকাংশ লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ দলটোৰ । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী পুনৰীক্ষণ আৰু শুদ্ধকৈ প্ৰকাশৰ দাবীত জাগীৰোডত বজৰং দলে দেওবাৰে জোঁৰ লৈ সমদল কৰে । জাগীৰোদ প্ৰণ্ড সমিতিৰ উদ্যোগত এই কাৰ্যসূচী উলিওৱা হয় । এন আৰ চিত বিদেশী স্বদেশী আৰু স্বদেশী-বিদেশী হোৱা বুলি অভিযোগ কৰে বজৰং দলে ।
ৰাজ্যৰ অধিক বিদেশী থকাৰ সন্দেহ কৰা জিলাত অধিকাংশ লোকৰ নাম অন্তৰভূক্ত হোৱাৰ অভিযোগ।
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী পুনৰীক্ষন অাৰু শুদ্ধকৈ প্ৰকাশৰ দাবীত জাগীৰোডত বজৰং দলৰ জোৰ সমদল। জাগীৰোদ প্ৰণ্ড সমিতিৰ উদ্যোগত এই কাৰ্যসূচী। এন অাৰ চিত বিদেশী স্বদেশী অাৰু স্বদেশী বিদেশী হোৱা বুলি অভিযোগ কৰে তেওলোকে। জাগীৰোড চহৰৰ মাজেৰে জোৰ লৈ বজৰঙৰ কৰ্মী সকলে এই প্ৰতিবাদী সমদল বাহিৰ কৰে।Conclusion:এন অাৰ চিত বিদেশী স্বদেশী অাৰু স্বদেশী বিদেশী হোৱা বুলি অভিযোগ কৰে তেওলোকে।