বাইহাটা, 17 চেপ্তেম্বৰঃ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে বাইহাটা চাৰিআলি । নিতৌ সংঘটিত হবলৈ ধৰিছে এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা । ড্ৰাগছ ব্যৱসায় আৰু গাড়ী চুৰে নিদ্ৰা হৰণ কৰিছে আৰক্ষীৰ ৷ অৱশেষত বাইহাটা আৰক্ষীৰ জালত পৰিল মনুৱাৰ আলি নামৰ গভাইত চুৰটো । গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলিলৈ চুৰ কৰি অনা বুলেট বিক্ৰী কৰিবলৈ আহোতে আৰক্ষীৰ জালত পৰিল মনুৱাৰ । খাৰুপেটীয়াৰ মনুৱাৰে গুৱাহাটীৰ হাতীগাৱঁত থাকি চলাই গৈছিল ড্ৰাগছ আৰু গাড়ী চুৰৰ ব্যৱসায় । কেমেৰাৰ আগত এটাৰ পিছত এটাকৈ কৈ গৈছে মনুৱাৰে নিজৰ চুৰি আৰু ড্ৰাগছ ব্যৱসায়ৰ সমগ্ৰ কথা ৷
আৰক্ষীৰ জালত মনুৱাৰ আলি - অপৰাধীৰ ৰম্যভূমীত পৰিণত বাইহাটা চাৰিআলি
অৱশেষত বাইহাটা আৰক্ষীৰ জালত পৰিল মনুৱাৰ আলি নামৰ গভাইত চুৰটো । গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলিলৈ চুৰ কৰি অনা বুলেট বিক্ৰী কৰিবলৈ আহোতে আৰক্ষীৰ জালত পৰিল মনুৱাৰ ।
বাইহাটা, 17 চেপ্তেম্বৰঃ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে বাইহাটা চাৰিআলি । নিতৌ সংঘটিত হবলৈ ধৰিছে এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা । ড্ৰাগছ ব্যৱসায় আৰু গাড়ী চুৰে নিদ্ৰা হৰণ কৰিছে আৰক্ষীৰ ৷ অৱশেষত বাইহাটা আৰক্ষীৰ জালত পৰিল মনুৱাৰ আলি নামৰ গভাইত চুৰটো । গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলিলৈ চুৰ কৰি অনা বুলেট বিক্ৰী কৰিবলৈ আহোতে আৰক্ষীৰ জালত পৰিল মনুৱাৰ । খাৰুপেটীয়াৰ মনুৱাৰে গুৱাহাটীৰ হাতীগাৱঁত থাকি চলাই গৈছিল ড্ৰাগছ আৰু গাড়ী চুৰৰ ব্যৱসায় । কেমেৰাৰ আগত এটাৰ পিছত এটাকৈ কৈ গৈছে মনুৱাৰে নিজৰ চুৰি আৰু ড্ৰাগছ ব্যৱসায়ৰ সমগ্ৰ কথা ৷
V/0 অপৰাধীৰ ৰম্যভূমীত
পৰিণত হৈছে বাইহাটা চাৰিআলি ।নিতৌ সংঘটিত হবলৈ ধৰিছে এটাৰ পিছত আনটো অপৰাধ জনিত ঘটনা।ডাগ্ৰাছ ব্যবসায় আৰু গাড়ী চুৰে নিদ্ৰা হৰণ কৰিছে আৰক্ষীৰ অৱশেষত ,বাইহাটা আৰক্ষীৰ জালত পৰিল এই গভাইত চুৰটো।গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলিলৈ চুৰ কৰি অনা বুলেত বিক্ৰী কৰি বলৈ আহোতে পৰিল মই নুল আলি আৰক্ষীৰ জালত।খাৰুপেটীয়াৰ মইনুলে আলিয়ে গুৱাহাটীৰ হাটীগাওত বাহৰ পাতি চলাই গৈছিল ডাগ্ৰাছ আৰু গাড়ী চুৰৰ বেবসায়।চাওক কিদৰে কেমেৰাৰ সন্মখতে কৈ গৈছে নিজৰ কূ কৃতীৰ কথাBody:
Conclusion:.