ETV Bharat / state

বালিসত্ৰ সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত আয়োজন বিহু কৰ্মশালাৰ - হেঁপাহৰ ৰঙালী

অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী। সকলোতে চলিছে ৰঙালীক আদৰাৰ প্ৰস্তুতি ৷ আন আন ঠাইৰ সমূহৰ দৰে ৰঙিয়াৰ বালিসত্ৰৰ সাংস্কৃতিক সুৰক্ষা মঞ্চৰ উদ্যোগতো প্ৰথমবাৰৰ বাবে বিনামূলীয়াকৈ আয়োজন কৰা হ'ল বিহুৰ কৰ্মশালা ৷

বালিসত্ৰ সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত আয়োজন বিহু কৰ্মশালাৰ

author img

By

Published : Apr 9, 2021, 2:21 PM IST

ৰঙিয়া,9 এপ্ৰিল: সংগোপনে প্ৰকৃতিৰ বুকুলৈ বসন্ত অহাৰ লগে লগে আকৌ আহিল অসমীয়া আবেগ হেঁপাহৰ ৰঙালী ৷ অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী। ৰাজ্যত নিৰ্বাচন চলি থকাৰ সমান্তৰালভাৱে প্ৰান্তে প্ৰান্তে চলি থাকিল বিহুৰ কৰ্মশালা । আন আন ঠাইৰ সমূহৰ দৰে ৰঙিয়াৰ বালিসত্ৰৰ সাংস্কৃতিক সুৰক্ষা মঞ্চৰ উদ্যোগতো প্ৰথমবাৰৰ বাবে বিনামূলীয়াকৈ আয়োজন কৰা হ'ল বিহুৰ কৰ্মশালা ৷

বালিসত্ৰ সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত আয়োজন বিহু কৰ্মশালাৰ

উঠি অহা প্ৰজন্মক শুদ্ধ ৰূপে অসমীয়াৰ স্বাভিমান বিহুটিৰ প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই কৰ্মশালাখনি ৷ কৰ্মশালাত কণ কণ শিশুৰ লগতে ডেকা-গাভৰু সকলোৱে অংশগ্ৰহণ কৰিছে ৷ শতাধিক যুৱক-যুৱতীৰ লগতে কণ কণ শিশুৱে অংশগ্ৰহণ কৰা কৰ্মশালাখনিত বিহু নৃত্যৰ লগতে ঢোল বাদনৰ আদি পাঠ প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক:জোনাইৰ চিমেন চাপৰিত ৰঙালী বিহুক আদৰিবলৈ বিহু নাচ-ঢােল বাদন কর্মশালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.