ETV Bharat / state

বুঢ়া কাণ্ডঃ সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ

বাইহাটা চাৰিআলিত উত্তাল প্ৰতিবাদ । বাইহাটা চাৰিআলিত সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কাৰ্যসূচী ৷

বুঢ়া কাণ্ডৰ প্ৰতিবাদত সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ
author img

By

Published : Sep 19, 2019, 10:53 PM IST

বাইহাটা চাৰিআলি,19 ছেপ্টেম্বৰঃ বুঢ়া আৰক্ষী চকীৰ উপ পৰিদৰ্শক মহেন্দ্ৰ শৰ্মা আৰু কনিষ্টৱল বিনিতা বড়োক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰফুল আলীক শাস্তি প্ৰদানৰ দাবীত সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে বৃহস্পতিবাৰে বাইহাটা চাৰিআলিত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে ৷ সংগঠনটোৰ দুই শতাধিক সদস্যই অংশ লোৱা এই পথ অৱৰোধ কাৰ্যসূচীয়ে উত্তাল কৰি তোলে পৰিৱেশ । দোষীক শাস্তি দিয়ক, অভিযুক্ত ৰফুল আলীক উচিত শাস্তি দিয়ক, আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা আৰু কনিষ্টৱল বিনিতা বড়োক গ্ৰেপ্তাৰ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে । সংগঠনটোৱে 31 আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ দুটা অৱৰোধ কৰাৰ ফলত বহু যান-বাহন আৱদ্ধ হৈ পৰে ৷

Intro:Baihata road block

V/O: বাইহাটা চাৰিআলিত উত্তাল প্ৰতিবাদ । বাইহাটা চাৰিআলিত সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কাৰ্যসূচী । বুঢ়া আৰক্ষী চকীৰ উপ পৰিদৰ্শক মহেন্দ্ৰ শৰ্মা আৰু কনিষ্ঠৱল বিনিতা বড়োক গ্ৰেপ্তাৰ লগতে ৰফুল আলীক শাস্তিৰ দাবীত পথ অৱৰোধ । সংগঠটোৰ দুই শতাধিক সদস্যই অংশ লোৱা এই পথ অৱৰোধ কাৰ্যসূচীয়ে উত্তাল কৰি তোলে পৰিৱেশ । দোষীক শাস্তি দিয়ক, অভিযুক্ত ৰফুল আলীক উচিত শাস্তি দিয়ক, আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা আৰু কনিষ্ঠৱল বিনিতা বড়োক গ্ৰেপ্তাৰ কৰক আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে । সংগঠটো সদস্য সকলে পথ অৱৰোধ কৰে ৩১ নং আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ । ফলত আৱদ্ধ হৈ পৰে বহুত যান বাহন। শান্তি সম্প্ৰীতিৰ শংকৰ আজানৰ দেশত ইছলাম ধৰ্মালম্বী যুৱক সকলক অইন ধৰ্মৰ ছোৱালীৰ পিচত নপৰিবলৈ আহ্বান জনাই ।
বাইট:----Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.