বাইহাটা চাৰিআলি,20জুলাইঃ আশ্ৰয় শিবিৰত থকা বন্যাৰ্তসকলৰ অৱস্থা দেখি কান্দি উঠিছিল এজন যুৱকৰ হৃদয় । সেয়ে আঠগাঁৱৰ বন্যাৰ্ত সকলে আশ্ৰয় লৈ থকা শিবিৰবোৰত যুৱকজনে নিজৰ গাঁঠিৰ ধন খৰচ কৰি যোগান ধৰিলে তিনি সাঁজকৈ মাছ ভাত । চাওক এক প্ৰতিবেদনঃ
বন্যাৰ্তৰ যন্ত্ৰনা দেখি কান্দি উঠিল এজন যুৱক... - flood
আশ্ৰয় শিবিৰত থকা বন্যাৰ্তসকলৰ অৱস্থা দেখি এজন যুৱকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি যোগান ধৰিলে তিনি সাঁজকৈ ভাত । লগতে ৰাষ্ট্ৰীয় বজৰং দলেও আঠগাঁৱৰ বন্যাৰ্তৰ মাজত বিতৰণ কৰে শিশু খাদ্যকে ধৰি বহু খাদ্য সামগ্ৰী ।
বন্যাৰ্তৰ যন্ত্ৰনা দেখি কান্দি উঠিল এজন যুৱক...
বাইহাটা চাৰিআলি,20জুলাইঃ আশ্ৰয় শিবিৰত থকা বন্যাৰ্তসকলৰ অৱস্থা দেখি কান্দি উঠিছিল এজন যুৱকৰ হৃদয় । সেয়ে আঠগাঁৱৰ বন্যাৰ্ত সকলে আশ্ৰয় লৈ থকা শিবিৰবোৰত যুৱকজনে নিজৰ গাঁঠিৰ ধন খৰচ কৰি যোগান ধৰিলে তিনি সাঁজকৈ মাছ ভাত । চাওক এক প্ৰতিবেদনঃ
Intro:Baihata Flood Relief
V/O:---বন্যৰ্তৰ ওচৰলৈ গলেহে বুজি পায় বন্যাৰ্তৰ যান্ত্ৰনাৰ কথা । এই কথা ব্যক্ত কৰিলে চাংসাৰিৰ উদীয়মান যুৱক পূৰ্ণ নাথে । কোনো দিনে বানপানী দেখি নোপোৱা পূৰ্ণই বাইহাটা চাৰিআলিৰ আঠগাৱত পুঠিমাৰি নদীৰ মঠাউৰি ভঙা অংশ আহিছিল চাবলৈ ।আশ্ৰয় শিবিৰত থকা বন্যাৰ্ত সকলৰ অৱস্থা দেখি কান্দি উঠিছিল পূৰ্নৰ হৃদয় । সেয়ে আঠগাৱৰ বন্যাৰ্ত সকলে আশ্ৰয় লৈ থকা শিবিৰ বোৰত পূৰ্ণই নিজৰ গাঠিৰ ধন খৰচ কৰি যোগান ধৰিলে তিনি সাজকৈ মাছ ভাত । ইয়াৰ লগতে সামৰ্থবান সকলো ব্যক্তিকে বন্যাৰ্তৰ বাবে সাহৰ্য্য আগবঢ়োৱাৰো আহ্বান জনষই পূৰ্ণ নাথে ।
Byte:---
V/O:---আনফালে ৰাষ্ট্ৰীয় বজৰং দলেও আঠগাৱৰ ব্যন্যাৰ্তৰ মাজত বিতৰন কৰে খাদ্য সামগ্ৰী । চাউল , ডাইল , চিৰা ,মুড়ি , পানীকে ধৰি শিশু খাদ্যও বন্যাৰ্তৰ মাজত বিতৰন কৰে অসম প্ৰদেশ বজৰংগ দলে । পৰবৰ্তী সময়টো বান সাহাৰ্য্য আগবঢ়াব বুলি ব্যক্ত কৰে বজৰংগ দলৰ সদস্যই ।
বাইট:-----Body:.Conclusion:.