ETV Bharat / state

হাজোত আৰক্ষীৰ অভিযানত জব্দ ১৮ কাৰ্টন বিলাতী সুৰা - বিলাতী সুৰা

গুৱাহাটীৰ পৰা হাজোৰ অভয়পুৰলৈ এখন AS 01L C-1464 নম্বৰৰ MEGA XL ভেনেৰে ১৮ কাৰ্টন বিলাতী সুৰা আনি থকা অৱস্থাতে আৰক্ষীয়ে হাতে-লোটে বাহনসহ আটক কৰে দুই সুৰা ব্যৱসায়ীক ।

হাজোত আৰক্ষীৰ অভিযানত জব্দ ১৮ কাৰ্টুন বিলাতী সুৰা
author img

By

Published : Jun 28, 2019, 1:48 PM IST

গুৱাহাটী, ২৮ জুনঃ হাজোত অবৈধ সুৰাৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ তীব্ৰ অভিযান । আৰক্ষীৰ অভিযানত জব্দ ১৮ কাৰ্টন সুৰা ।

হাজো আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায় অভয়পুৰৰ পৰা উদ্ধাৰ কৰে ১৮ কাৰ্টন বিলাতী সুৰা । আৰক্ষীয়ে এখন AS 01 L C1464 নম্বৰ MEGAXL ভেনৰ পৰা জব্দ কৰে সুৰাখিনি । লগতে আৰক্ষীয়ে দুজন সুৰা ব্যৱসায়ীকো আটক কৰে ।
উল্লেখ্য যে, গুৱাহাটীৰ পৰা হাজোৰ অভয়পুৰলৈ এখন AS 01L C-1464 নম্বৰৰ MEGA XL ভেনেৰে ১৮ কাৰ্টন বিলাতী সুৰা আনি থকা অৱস্থাতে আৰক্ষীয়ে হাতে-লোটে বাহনসহ আটক কৰে দুই সুৰা ব্যৱসায়ীক । আটকাধীন দুই সুৰা ব্যৱসায়ী নাম ঘনশ্যাম কলিতা আৰু ৰতন ৰয় । ঘনশ্যাম কলিতাৰ ঘৰ হাজোৰ অভয়পুৰৰ আৰু ৰতন ৰয়ৰ ঘৰ গোৱালপাৰা জিলাৰ আগিয়াত । হাজোৰ অভয়পুৰৰ ঘনশ্যাম কলিতাই দীৰ্ঘ দিন ধৰি অবৈধ সুৰা ব্যৱসায় চলায় অহাৰ অভিযোগ উত্থাপিত হৈছে ।

হাজোত আৰক্ষীৰ অভিযানত জব্দ ১৮ কাৰ্টুন বিলাতী সুৰা

লগতে আন এটা বাতৰি- নাবালিকাক আক্ৰমণ কৰি আৰক্ষীৰ জালত বৰপেটাৰ যুৱক

Intro:Slug-HAJO WINE RECOVERY BY HAJO POLICE

নিশা হাজো আৰক্ষীৰ সুৰাৰ বিৰুদ্ধে অভিযান । অভিযানত জব্দ প্ৰায় ৫০ হাজাৰ টকাৰ বিলাতী সুৰা । এক বিশেষ খবৰৰ ভিত্তিত হাজো আৰক্ষী যে অভযপুৰৰ পৰা উদ্ধাৰ কৰে ১৮ কাৰ্টন বিলাতী সুৰা ,এখন AS 01 L C1464 নম্বৰ MEGAXL ভেন সহ দুজন সুৰা ব্যাবসাযীক। গুৱাহাটীৰ পৰা হাজোৰ অভয়পুৰলৈ এখন AS 01L C-1464 নম্বৰৰMEGA XL ভেনেৰে ১৮ কাৰ্টন বিলাতী সুৰা আনি থকা অৱস্থাতে আৰক্ষীয়ে হাতে লোতে বাহনসহ আটক কৰে দুই সুৰা ব্যাবসায়ীক। আটকাধীন দুই সুৰা ব্যৱসায়ী ক্ৰমে ঘনশ্যাম কলিতা হাজোৰ অভযপুৰৰ আৰু ৰতন ৰয় গোবালপাৰা জিলাৰ আগিযাৰ ।উল্লেখ্য যে হাজোৰ অভযপুৰৰ ঘনশ্যাম কলিতাই দীৰ্ঘ দিন ধৰি অবৈধ সুৰা ব্যাবসায চলাই অহাৰ অভিযোগ উত্থাপিত হৈছ আহিছে।

Byte- হাজো আৰক্ষী বিষযা

Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.