ETV Bharat / state

অবৈধ পাৰ্কিংঃ পলাশবাৰী ৰাজপথত ৰাজহ চক্ৰ বিষয়া

ভৱিষ্যতে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে অবৈধ অৱস্থান কৰিলে আইনী ভাবে এই বিষয়ত ব্যৱস্থা লোৱা হব বুলি সকীয়াই দি দুদিনৰ ভিতৰত কৰ্তৃপক্ষই যেন স্থায়ী পাৰ্কিংৰ ব্যৱস্থা কৰে তাৰ বাবে সকীয়াই দিলে চক্ৰ বিষয়া গৰাকীয়ে ।

পলাশবাৰী ৰাজপথত ৰাজহ চক্ৰ বিষয়াৰ চফৰ
author img

By

Published : May 10, 2019, 10:58 PM IST

কামৰূপ, ১০ মেঃ পলাশবাৰীৰ ৰাজহ চক্ৰ বিষয়া সুস্বপ্না কাকতিয়ে অবৈধভাৱে অৱস্থান কৰা চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ বিৰুদ্ধে অভিযান । ভৱিষ্যতে ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ অৱস্থান কৰিলে আইনী ব্যৱস্থা লোৱাৰ সকিয়নী কাকতিৰ ।

পলাশবাৰী ৰাজপথত ৰাজহ চক্ৰ বিষয়াৰ চফৰ

মিৰ্জাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথll বহু দিনৰ পৰা দুয়োকাষে বিপদজনক ভাবে চিলিণ্ডাৰ ভৰ্তি ট্ৰাকসমুহে অৱস্থান কৰি আহিছে । যাৰ ফলত বিভিন্ন সময়ত পথ দুৰ্ঘটনাত বিভিন্ন জনৰ প্ৰাণ হানি হোৱাৰ উপৰিও স্থানীয় ৰাইজৰ বহুতো অসুবিধা সৃষ্টি হয় । এই অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বতে OIC কৰ্তৃপক্ষক বাহন সমূহ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো পাৰে অৱস্থান নকৰিবলৈ কৈ আহিছিল যদিও কোনো গুৰুত্ব নিদিয়াত আজি আৰক্ষী দলৰ সহযোগত বাহন সমূহ ঘাইপথৰ পৰা আঁতৰাই পঠাই, আৰু ভৱিষ্যতে ৰাষ্ট্ৰীয় ঘাই পথত এনেদৰে অবৈধ অৱস্থান কৰিলে আইনী ব্যৱস্থা লোৱা হব বুলি সকিয়াই দি দুদিনৰ ভিতৰত কৰ্তৃপক্ষই যেন স্থায়ী পাৰ্কিংৰ ব্যৱস্থা কৰে তাৰ বাবে নিৰ্দেশ দিলে চক্ৰ বিষয়া গৰাকীয়ে ।

অধিক পঢ়িবলৈ-"নামাজ" পঢ়াক লৈ উত্তপ্ত পৰিস্থিতি হাইলাকান্দিত

Slug:-As_kam_10may_SDC_Sudden_Visit_801-802_vis+bite+photo_as10020

পলাশবাৰীৰ চক্ৰ বিষয়াই দুদিনৰ সময় সীমা বান্ধি দিলে আই ও চি ৰ সৰপাৰা বটলিং প্লান্ত কৰ্তৃপক্ষক ।

Vo…প্ৰথমে মন কৰক এই গৰাকী মহিলা লৈ । কি দৰে মিৰ্জাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়ো পাৰে থকা এই সমূহ গধুৰ বাহন আঁতৰাবলৈ নিৰ্দেশ দি আছে । এই মহিলা গৰাকী হৈছে পলাশবাৰীৰ ৰাজহ চক্ৰ বিষয়া সুস্বপ্না কাকতি ।মিৰ্জা সৰপাৰাত অৱস্থিত আই ও চি ৰ বটলিং প্লান্ত ৰ ছিলিণ্ডাৰ ভৰ্তি বাহন সমূৰ আজি বহু দিনৰ পৰা এনেদৰে ৰাষ্ট্রীয় ঘাই পথৰ দুয়ো পাৰে বিপদজনক ভাবে অৱস্থান কৰি আহিছে ।যাৰ ফলত বিভিন্ন সময়ত পথ দুৰ্ঘটনাত বিভিন্ন জনৰ প্ৰাণ ও হানি হৈছে আৰু স্থানীয় ব্যক্তি সকলৰ বহুতো অসুবিধা সৃষ্টি হয় আহিছে ।এইবোৰ বিভিন্ন অসুবিধাৰ পতি লক্ষ্য ৰাখি পূৰ্বতেও আই ও চি কৰ্তৃপক্ষক বাহন সমূহ ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়ো পাৰে নাৰাখিবলৈ কৈ আহিছিল যদিও কোনো ভুক্ষেপ কৰা নাছিল বটলিং প্লান্ত কৰ্তৃপক্ষই,যাৰ ফলত আজি পলাশবাৰী ৰাজহ চক্ৰ বিষয়ৰ নেতৃত্বত এটি দলেই বাহন সমূহ ঘাই পথৰ পৰা আঁতৰাই আৰু ভৱিষ্যতে ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়োপাৰে এনেদৰে অবৈধ অৱস্থান কৰিলে আইনী ভাবে বিষয়ত ব্যৱস্থা লোৱা হব বুলি সকীয়াই দি দুদিনৰ ভিতৰত বটলিং প্লান্ত কৰ্তৃপক্ষই যেন স্থায়ী পাৰ্কিংৰ ব্যৱস্থা কৰে তাৰ বাবে সকীয়াই দিলে প্লান্ত কৰ্তৃপক্ষক ।

Bite:-চক্ৰ বিষয়া

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.