ETV Bharat / state

খাদ্যত বিষক্ৰিয়া ঘটি ছয়গাঁৱত বন্যহস্তীৰ মৃত্যু - RECOVERED

লাঙামাৰা সমতলৰ বাগান এখনৰ কল গছ, আনাৰস খাইছিল হাতীটোৱে । তাৰ পিছত হাতীটোৱে পাহাৰলৈ গৈ মৃত্যুক সাবটি লয় । এই ঘটনা বন বিভাগক অৱগত কৰোৱাত ঘটনাস্থলীত বামুণীগাঁও বন বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত হয় ।

বিষাক্ত খাদ্য খায় হাতীৰ কৰুণ মৃত্যু
author img

By

Published : Jun 4, 2019, 7:37 PM IST

বকো, ৪ জুনঃ ছয়গাঁৱৰ জাংৰাভিঠা লাঙামাৰা পাহাৰত অঘটন । বিষাক্ত খাদ্য খাই বনৰীয়া হাতী এটাৰ কৰুণ মৃত্যু হোৱা বুলি সন্দেহ ৰাইজৰ ।

লাঙামাৰা সমতলৰ বাগান এখনৰ কল গছ, আনাৰস খাইছিল হাতীটোৱে । তাৰ পিছত হাতীটোৱে পাহাৰলৈ গৈ মৃত্যুক সাবটি লয় । এই ঘটনা বন বিভাগক অৱগত কৰোৱাত ঘটনাস্থলীত বামুণীগাঁও বন বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত হয় । বামুণীগাঁও বন বিষয়া কুশল দাস নেতৃত্বত বন বিভাগৰ লোকে হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰে । অঞ্চলটোত স্থানীয় ৰাইজে যোৱা নিশা ১৫-২০ জনীয়া হাতীৰ জাক এটা প্ৰত্যক্ষ কৰিছিল বুলি জনাইছে ।

বিষাক্ত খাদ্য খায় হাতীৰ কৰুণ মৃত্যু

লগতে আন এটা বাতৰি- পৰিৱৰ্তন নহা এখন গাঁও!

Intro:Body:ছয়গাঁৱৰ জাংৰাভিঠা লাঙামাৰা পাহাৰত অঘটন। মতা হাতী এটাৰ কৰুণ মৃত্যু। বিষক্ৰিয়াত হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ। সমতলৰ বাগান এখনৰ কল গছ, আনাৰস খাইছিল হাতীটোৱে। তাৰ পিছত হাতীটোৱে পাহাৰলৈ গৈ মৃত্যুক সাৱতি লয়। দতাল হাতীটোৰ বয়স প্ৰায় ১০ বছৰ। ঘটনাস্থলীত বামুণীগাঁও বন বিভাগৰ বিষয়া উপস্থিত। বামুণীগাৱ বন বিভাগৰ কাৰ্য্যলয়ৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগত হাতীটোৰ মৃত দেহ উদ্ধাৰ। বামুণীগাৱ বন বিভাগৰ বন বিষয়া কুশল দাস সহিতে বন বিভাগৰ কৰ্মচাৰী উপস্থিত। স্থানীয় ৰাইজে প্ৰায় ১১.৩০ বজাত বন বিভাগক খৱৰ দিয়ে আৰু বন বিভাগে প্ৰায় ১২ বজাত উপস্থিত হয়। স্থানীয় ৰাইজে যোৱা নিশাই ১৫ - ২০ টা হাতীৰ জাক এটা প্ৰত্যক্ষ কৰিছিল। Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.