ETV Bharat / state

পশ্চিম গুৱাহাটী সমষ্টিৰ বঙৰা-ৰাণী পথত বৃহৎ গাঁত

নিতৌ ৰাণীৰ পৰা বঙৰালৈ অহা লোকে নিৰাপত্তাহীনতাত ভুগিছে, কাৰণ দিনে-নিশাই অবাধ গতিত চলাচল কৰা ট্ৰাক-ডাম্পাৰ সমূহে সকলো আইন ভংগ কৰি চলাই গৈছে নিজৰ ব্যৱসায় ।

author img

By

Published : Jun 3, 2019, 12:57 PM IST

যাতায়তৰ বাবে অচল পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত বঙৰা-ৰাণী পথ

কামৰূপ, 3 জুনঃ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত বঙৰা-ৰাণী পথে জ্বলা-কলা খোৱাইছে বঙৰা-ৰাণীবাসীক । গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ এক গুৰুত্বপূৰ্ণ পথ হিচাপে বিবেচিত ৰাণীৰ পৰা বঙৰা সংযোগী গড়কাপ্টানী পথছোৱা বাৰিষা আৰম্ভ নৌহওতেই যাতায়তৰ বাবে অচল হৈ পৰাৰ ফলত জীয়াতু ভুগিছে ৰাইজে ।

যাতায়তৰ বাবে অচল পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত বঙৰা-ৰাণী পথ

সম্পত্তি পথছোৱাত সৰু-ডাঙৰ পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হোৱাও পৰিলক্ষিত হৈছে । প্ৰকৃততে পথছোৱাত গাঁত আছে নে গাঁতৰ মাজতহে পথ আছে তাক চিনাৰ উপায় নোহোৱা হৈ পৰিছে। নিতৌ পথটোৰে ট্ৰাক-ডাম্পাৰ চলাচল বাবে বিধ্বস্ত হৈ পৰিছে অঞ্চলটোৰ বাট-পথ। নিতৌ ৰাণীৰ পৰা বঙৰালৈ অহা লোকে নিৰাপত্তাহীনতাত ভুগিছে কাৰণ দিনে-নিশাই অবাধ গতিত চলাচল কৰা ট্ৰাক-ডাম্পাৰ সমূহে সকলো আইন ভংগ কৰি চলাই গৈছে নিজৰ ব্যৱসায়। ৰাইজৰ প্ৰশ্ন, পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত এই পথচোৱা মেৰামতি কৰিবনে ? নে নিতৌ ডাম্পাৰৰ দৌৰাত্মত জীয়াতু ভুগি থাকিব সৰ্বসাধাৰণ ৰাইজে ?

Slug:-As_Kam_3june_road_damage_801-802_vis+bite+photo_as10020

বাৰিষা আৰম্ভ নহওতেই যাতায়তৰ বাবে অচল অৱস্থা হৈ পৰিছে পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত বঙৰা-ৰাণী পথ ।

Vo… এটা পথে জ্বলা-কলা খুয়াইছে ৰাইজক । গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ অন্যান্য গুৰুত্বপুৰ্ণ পথ হিচাপে পৰিচিত ৰাণীৰ পৰা বঙৰা সংযোগী গড়কাপ্টানী পথছোৱা বাৰিষা আৰম্ভ নহওতে যাতায়তৰ বাবে অচল অৱস্থা হৈ পৰিছে যাৰ বাবে এতিয়া জীয়াতু ভুগি আছে ৰাইজে । সম্পত্তি পথছোৱাত সৰু-ডাঙৰ পুখুৰীসদৃশ গাতৰ সৃষ্টি হৈছে । প্ৰকৃততে পথছোৱাত গাত আছে নে গাতৰ মাজতহে পথ আছে তাক চিনাৰ উপায় নোহোৱা হৈ পৰিছে । নিতৌ পথটোৰে ট্ৰাক-ডাম্পাৰ চলাচল বাবে বিধ্বস্ত হৈ পৰিছে অঞ্চলটোৰ বাট-পথ ।বিমোৰত পৰিছে সাধাৰণ ৰাইজ । ৰাণীৰ পৰা বঙৰালৈ পথেৰে  অহা লোকে নিৰাপত্তাহীনতাত ভুগিছে কাৰণ দিনে-নিশাই অবাধ গতিতে চলাচল কৰা ট্ৰাক-ডাম্পাৰ সমুহে সকলো আইন ভংগ কৰি চলাই গৈছে নিজৰ ব্যৱসায় । এতিয়া প্ৰশ্ন উঠে পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত এই পথচোৱা মেৰামতি কৰিবনে ? নে নিতৌ ডাম্পাৰৰ দৌৰাত্মত জীয়াতু ভুগি থাকিব সৰ্বসাধাৰন ৰাইজে ?

Bite1:- পথচাৰী ।
Bite2. পথচাৰী ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.