ETV Bharat / state

অৱহেলিত, অনাদৃতঃ বৃদ্ধাশ্ৰমমুখী এগৰাকী শিক্ষয়িত্ৰী - amar ghor

বাইহাটা চাৰিআলিৰ আগডলা গাঁৱৰ এগৰাকী অবিবাহিত মহিলাৰ এই কাহিনী

বৃদ্ধাশ্ৰমমুখী এগৰাকী শিক্ষয়িত্ৰী
author img

By

Published : Jun 23, 2019, 1:25 PM IST

বাইহাটা, 23 জুনঃ এইবাৰ বৃদ্ধাশ্ৰমলৈ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৷ পৰিয়ালে পাহৰিলে দায়িত্ববোধ ৷ বাইহাটা চাৰিআলিৰ আগডলা গাঁৱৰ এগৰাকী অবিবাহিত মহিলাৰ এই কাহিনী ৷

পৰিয়াল বুলিবলৈ এগৰাকী ভতিজা আৰু ভতিজা বোৱাৰী ৷ মহিলাগৰাকীৰ পেঞ্চনেৰে ঘৰ চলাই থকা পৰিয়ালটোৰ কিন্তু বৃদ্ধাগৰাকীৰ যতন ল'বলৈ আহৰি নাই ৷ মদ্যপানৰ নিচাৰে বৃদ্ধা গৰাকীক মানসিক তথা শাৰীৰিক যাতনা দিছে যদিও কোনো কাৰণতে পৰিয়ালৰ মৰমত অন্ধ হৈ মাত নামাতে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীয়ে ৷ বহু দিনৰ পৰা এই কাৰ্য চলি থকা দেখি বৃদ্ধাগৰাকীয়ে দুখ সহ্য কৰিব নোৱাৰি মানৱ অধিকাৰ সংস্থাৰ লগত যোগাযোগ কৰে বাইহাটা চাৰিআলিৰ ৰাইজে ৷ মানৱ অধিকাৰ সংস্থাৰ ৰাষ্ট্ৰীয় সভাপতি প্ৰতিমা বৰুৱা আৰু নিলিমা চুলতানাৰ নেতৃত্বত মহিলাগৰাকীক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা কৰায় গুৱাহাটীস্থিত 'আমাৰ ঘৰ' নামৰ বৃদ্ধা আশ্ৰমলৈ প্ৰেৰণ কৰা হয় ৷

Intro:Baihata Helpless Ex Teacher

V/O: হায় মানৱতা । পৰিয়ালে পাহৰিলে দায়িত্ববোধ । এই ঘটনা বাইহাটা চাৰিআলিৰ আগডলা গাঁৱত । এগৰাকী শিক্ষয়িত্ৰী হিচাবে অৱসৰ গ্ৰহণ কৰা অবিবাহিত স্বৰ্ণলতা দেবীৰ কৰুণ গাথা। পৰিয়াল বুলিবলৈ এগৰাকী , ভতিজা আৰু ভতিজা বোৱাৰী । স্বৰ্ণলতা দেবীৰ পেঞ্চনৰ পইচাৰে ঘৰখন চলাই পৰিয়ালটোৰ কিন্তু আহৰি নাই বৃদ্ধা গৰাকীৰ জতন লবলৈ । তাৰ পৰিৱৰ্তে নিশা টোপনি নিয়াবলৈ ব্যৱহাৰ কৰে মদ । মদ্যপানৰ নিচাৰে বৃদ্ধা গৰাকীক মানসিক তথা শাৰীৰিক যাতনা দিছে যদিও বৃদ্ধা গৰাকীয়ে কোনো কাৰণতে পৰিয়ালৰ মৰমত অন্ধ হৈ মাত নামাতিলে । বাইহাটা চাৰিআলিৰ ৰাইজে এই দুখ সহ্য কৰিব নোৱাৰি মানৱ অধিকাৰ সংস্থাৰ লগত যোগাযোগ কৰে । মানৱ অধিকাৰ সংস্থাৰ ৰাষ্ট্ৰীয় সভাপতি প্ৰতিমা বৰুৱা আৰু নিলিমা চুলতানা নেতৃত্বত স্বৰ্ণলতা দেবীক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসাৰ কৰাই গুৱাহাটী স্থিত 'আমাৰ ঘৰ' নামৰ বৃদ্ধা আশ্ৰমলৈ প্ৰেৰণ কৰে ।

বাইট:
বাইট:
Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.