ETV Bharat / state

গছৰ পৰা পৰি মৃত্যু এজনৰ - গছৰ পৰা পৰি মৃত্যু

বুধবাৰে ৰঙিয়াৰ বৰমুৰাত গছৰ পৰা পৰি মৃত্যু হয় প্ৰহ্লাদ ডেকা নামৰ লোকজনৰ ৷

man died to fell down from tree
গছৰ পৰা পৰি সলিল সমাধি এজনৰ
author img

By

Published : Aug 12, 2020, 3:21 PM IST

Updated : Aug 12, 2020, 3:44 PM IST

ৰঙিয়া, 12 আগষ্ট: ৰঙিয়াৰ বৰমুৰাত বুধবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা । গছৰ পৰা পৰি এজন লোকে সাবটি ললে অকাল মৃত্যুক । লোকজনৰ নাম প্ৰহ্লাদ ডেকা বুলি জানিব পৰা গৈছে ।

ঘটনা অনুসৰি, লোকজনে গছ কাটিবলৈ গছত উঠিছিল যদিও দুৰ্ভাগ‍্যবশতঃ গছৰ পৰা পিছলি পৰে । এই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে-লগে প্ৰহ্লাদক ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেও‍ঁক মৃত বুলি ঘোষণা কৰে ।

গছৰ পৰা পৰি সলিল সমাধি এজনৰ

মৃত প্ৰহ্লাদ ডেকাই দুমহীয়া সন্তানৰ লগতে পত্নীক ইহসংসাৰত এৰি থৈ যায় । ঘটনা সংঘটিত হোৱাৰ পাছতেই অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে৷

লগতে পঢ়ক: নগাঁৱত চৰকাৰী দোকান গৃহ নিৰ্মাণক লৈ দুৰ্নীতিৰ অভিযোগ

Last Updated : Aug 12, 2020, 3:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.