ETV Bharat / state

গড়চুক আৰক্ষীৰ জালত 4 দুৰ্ধৰ্ষ ডকাইত - 4 Robery

ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে এখন মাৰুতি এল্টো বাহনৰ লগতে কেইবাখনো এ টি এম কাৰ্ড

গড়চুক আৰক্ষীৰ জালত ৪ জনীয়া দুধৰ্ষ ডকাইতৰ দল
author img

By

Published : Mar 21, 2019, 5:17 PM IST

গুৱাহাটী,21 মাৰ্চঃ গুৱাহাটী গড়চুক আৰক্ষীৰ জালত 4জনীয়া দুৰ্ধৰ্ষ ডকাইতৰ দল । ধৃত ডকাইত কেইটাৰ নাম ৰকিবুল ইছলাম , ইব্ৰাহিম খান , চাইজুদ্দিন আলি আৰু চামেচুদ্দিন ।

গড়চুক আৰক্ষীৰ জালত ৪ জনীয়া দুধৰ্ষ ডকাইতৰ দল

ডকাইতৰ দলটোৱে নিশা ডকাইতিৰ উদ্দেশ্যেৰে প্ৰৱেশ কৰিছিল মহানগৰীত । ডকাইতি কাণ্ড সংঘটিত কৰাৰ পূৰ্বেই আৰক্ষীয়ে কৰায়ত্ব কৰে ডকাইতৰ দলটোক । ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে মাৰাত্মক অস্ত্ৰ,এখন মাৰুতি এল্টো বাহনৰ লগতে কেইবাখনো এ টি এম কাৰ্ড । ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্য সংগ্ৰহৰ বাবে জেৰা অব্যাহত ৰাখিছে দলটোৰ ৷

A_GHY_802_21MARCH_ROBERY_ARRESTED_PHOTO_ASRAR

মহানগৰ আৰক্ষীৰ জালত ডকাইতৰ দল । নিশা মহানগৰীৰ গঢ়চুক আৰক্ষীৰ জালত পৰিল ৪ জনীয়া দুধৰ্ষ ডকাইতৰ দল । ৪ জনীয়া দুধৰ্ষ ডকাইতৰ দলটোৱে নিশা ডকাইতিৰ উদ্দেশ্যেৰে প্ৰৱেশ কৰিছিল মহানগৰীত । কিন্তু আৰক্ষীয়ে ডকাইতৰ দলটোৰ উদ্দেশ্য সম্পূৰ্ণ হ'বলৈ নিদিলে , ডকাইতি কাণ্ড সংগঠিত কৰাৰ পূৰ্বেই আৰক্ষীয়ে জালত পেলায় ডকাইতৰ দলটোক । ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে এখন মাৰুতি এল্টো বাহনৰ লগতে কেইবাখনো এ টি এম কাৰ্ড । ধৃত ৪ দুধৰ্ষ ডকাইত কেইটা ক্ৰমে এম.ডি ৰকিবুল ইছলাম , ইব্ৰাহিম খান , চাইজুদ্দিন আলি আৰু চামেচুদ্দিন । জব্দকৃত মাৰুতি এল্টো বাহনখনৰ নম্বৰ হল এ এছ ০১ ডি কে ৭৮৫৬ ।

Ftp

Asrar Ansari 
  Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.