ETV Bharat / state

37 ৰাষ্ট্ৰীয় ঘাইপথত মহানগৰ জিলা পৰিবহন বিষয়াৰ দাদাগিৰি!!! - পৰিবহন

সমগ্ৰ দৃশ্যটো দেখি পৰিবহন বিভাগৰ লোক কেইজনক প্ৰশাসনে কি ব্যৱস্থা লয় সেয়াহে লক্ষনীয় হব

37 ৰাষ্ট্ৰীয় ঘাইপথত মহানগৰ জিলা পৰিবহন বিষয়াৰ দাদাগিৰি
author img

By

Published : Apr 9, 2019, 12:29 PM IST

গুৱাহাটী, 9 এপ্ৰিলঃ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ দাদাগিৰি ৷ তেল ভৰাবলৈ যোৱা ট্ৰাকৰ চালকক প্ৰহাৰ পৰিবহন বিষয়াৰ ৷

37 ৰাষ্ট্ৰীয় ঘাইপথত মহানগৰ জিলা পৰিবহন বিষয়াৰ দাদাগিৰি

কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ এটা দলে নিশা তেল ভৰাবলৈ যোৱা মালবাহী ট্ৰাকৰ পৰা চালকক নমাই আনি গতিয়াই দিয়াৰ লগতে বাহন খন ডিপোটোৰ পৰা খেদি পঠায় ৷ এই সমগ্ৰ দৃশ্য চিচি কেমেৰাত বন্দী হয় ৷ প্ৰশাসনৰ লোকে কোনো কাৰণ নোহোৱাকৈ যদি এনেধৰণে সাধাৰণ লোকৰ ওপৰত অত্যাচাৰ কৰে তেনেহ'লে প্ৰশাসনৰ ওপৰত আস্থা হেৰুওৱাটো কোনো ডাঙৰ কথা নহয় ৷ এতিয়া প্ৰশ্ন হয় সমগ্ৰ দৃশ্যটো দেখি পৰিবহন বিভাগৰ লোক কেইজনৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব ৷

Intro:নিশা হলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কামৰূপ মহানগৰ জিলা পৰিবহন MVI বিভাগৰ চালে দাদাগৰী।

Body:কামৰূপ মহানগৰ জিলা পৰিবহন MVI বিভাগৰ দাদাগৰীৰ কথা আমি কোৱা নহয় দাদাগিৰী, মাৰপিট কৰা দৃশ্য বন্দী হয় ৰল মেঘালয়ৰ এখন পেট্ৰল পাম্পৰ চিচি কেমৰাত।

Conclusion:তেলভৰাবলৈ যোৱা মালবাহীট্ৰাকৰ পৰা চালাকক নমাই আনি দিলে গতিয়াই। বাহন খন পাম্পাৰ পৰা আতৰাই পঠালে। আজি পুবতি নিশা ৩:১৭ বজাৰ দৃশ্য এইয়া।

Byte

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.