ETV Bharat / state

অসম বিধানসভাৰ পঞ্চদশ অধিৱেশন: শপত গ্ৰহণ নৱ নিৰ্বাচিত বিধায়কসকলৰ - অসম বিধানসভাৰ পঞ্চদশ অধিৱেশন

15th Assam Assembly session starts from today
অসম বিধানসভাৰ পঞ্চদশ অধিৱেশন: শপত ল’ব নৱ নিৰ্বাচিত বিধায়কসকলে
author img

By

Published : May 21, 2021, 9:49 AM IST

Updated : May 21, 2021, 11:36 AM IST

09:36 May 21

বিধানসভাৰ মজিয়াত শপত গ্ৰহণ নৱ নিৰ্বাচিত বিধায়কসকলৰ

  • আজি পুৱা 9.30ত আৰম্ভ হয় অসম বিধানসভাৰ পঞ্চদশ অধিৱেশন
  • অধিৱেশনত অধ্যক্ষৰ আসন অলংকৃত কৰে প্ৰ’টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে
  • নৱ নিৰ্বাচিত বিধায়সকলক শপতবাক্য পাঠ কৰায় প্ৰ’টেম অধ্যক্ষই
  • শপ গ্ৰহণৰ বাবে জি এম চি এইচৰ পৰা বিধানসভাত উপস্থিত অখিল গগৈ
  • বিধাসভাত প্ৰৱেশৰ পূৰ্বে দুৰ্ব্যৱহাৰ অখিল গগৈক
  • আবেলি 3 বজালৈ সদন স্থগিত ৰখাৰ সিদ্ধান্ত অধ্যক্ষৰ

Last Updated : May 21, 2021, 11:36 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.