ETV Bharat / state

ক্ৰমাৎ সুস্থ হৈছে জুবিন গাৰ্গ

author img

By

Published : Mar 1, 2020, 2:52 PM IST

যিকোনো প্ৰকাৰে 4/5 দিনৰ বাবে জুবিনক নেমকেয়াৰত ৰাখিবলৈ চেষ্টা কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে হিতেশ বৰুৱাই ।

সুস্থ হৈছে জুবিন গাৰ্গ
সুস্থ হৈছে জুবিন গাৰ্গ

গুৱাহাটী, 1 মাৰ্চঃ নেমকেয়াৰ হাস্পাতালৰ পৰিচালন সঞ্চালক হিতেশ বৰুৱাই দিয়া শেহতীয়া খবৰ অনুসৰি, সম্পূৰ্ণ সুস্থ হৈ উঠিছে জুবিন গাৰ্গ । শুকুৰবাৰৰ পৰা নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী । অসমৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদে বৰ্তমান সুস্থ কৰি তুলিছে শিল্পীগৰাকীক । দেওবাৰে পুৱা শুই উঠি অকলশৰে খোজ কাঢ়ে শিল্পীগৰাকীয়ে ৷

সুস্থ হৈছে জুবিন গাৰ্গ

জুবিন গাৰ্গক বৰ্তমান শাৰিৰীক আৰু মানসিকভাৱে অতিমাত্ৰা জীৰণিৰ প্ৰয়োজন সেয়ে প্ৰিয় শিল্পীগৰাকীক এবাৰ লগ কৰিবলৈ হাস্পাতালত ৰৈ থকা অনুৰাগীসকলক সুস্থ হোৱাৰ পাছত জুবিনক লগ কৰিবলৈ অনুৰোধ জনায় ড৹ হিতেশ বৰুৱাই ৷ লগতে জুবিনৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ পৃথককৈ জুবিনক ICU ত ৰখা বুলি জনায় চিকিৎসকগৰাকীয়ে ।

লগতে পঢ়কঃ তুষাৰাবৃত্ত অৰুনাচলৰ চেলা পাচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.