ETV Bharat / state

জু-ৰোডৰ বিস্ফোৰণ সন্দৰ্ভত আদালতত NIA ৰ চাৰ্জশ্বিট দাখিল

আদালতত চাৰ্জশ্বিটত উল্লেখ কৰা অভিযুক্ত কেইজন ক্ৰমে - প্ৰাণময় ৰাজগুৰু, জাহ্নৱী শইকীয়া, পাপো কোচ , ইন্দ্ৰ মোহন বৰা , বিজয় অসম, অমৃত বল্লভ গোস্বামী, চিন্ময় লহকৰ, প্ৰকাশ ৰাজকোঁৱৰ আৰু সঞ্জীৱ তালুকদাৰ

author img

By

Published : Nov 11, 2019, 9:26 PM IST

জু-ৰোডৰ বিস্ফোৰণ সন্দৰ্ভত আদালতত NIA ৰ চাৰ্জশ্বিট দাখিল
  • গুৱাহাটীৰ জু-ৰোড বিস্ফোৰণ সন্দৰ্ভত সোমবাৰে আদালতত NIA ৰ চাৰ্জশ্বিট দাখিল
  • ৮ জন অভিযুক্তৰ বিৰুদ্ধে NIA ৰ চাৰ্জশ্বিট দাখিল
  • ৰাষ্ট্ৰ দ্ৰোহ , সন্ত্ৰাস আৰু অবৈধ অস্ত্ৰ ৰখাৰ লগতে একাধিক গোচৰত অভিযুক্ত ৮ জন ব্যক্তি
  • বিস্ফোৰণকাণ্ডত আহত আৰক্ষীৰ লগতে ১২ জন ব্যক্তিক প্ৰাণে মৰাৰ চেষ্টাৰ অভিযোগ
  • আদালতত চাৰ্জশ্বিটত উল্লেখ কৰা অভিযুক্ত কেইজন ক্ৰমে - প্ৰাণময় ৰাজগুৰু, জাহ্নৱী শইকীয়া, পাপো কোচ , ইন্দ্ৰ মোহন বৰা , বিজয় অসম, অমৃত বল্লভ গোস্বামী, চিন্ময় লহকৰ, প্ৰকাশ ৰাজকোঁৱৰ আৰু সঞ্জীৱ তালুকদাৰ

Intro:Big breaking

• গুৱাহাটী মহানগৰীত সংঘটিত জু-ৰোডৰ বিস্ফোৰণকাণ্ড সন্দৰ্ভত এন আই এৰ আদালতত চাৰচিড দাখিল ।
• ৮ জন অভিযুক্তৰ বিৰুদ্ধে চাৰচিড দাখিল এন আই এৰৰ ।
• ৰাষ্ট্ৰ দ্ৰোহ , সন্ত্ৰা আৰু অবৈধ অস্ত্ৰ ৰখা কৰে ধৰি একাধিক গোচৰত অভিযুক্ত কৰা হৈছে ৮ জন ব্যক্তিৰ বিৰুদ্ধে ।
• আলফা স্বাধীনৰ লগত সম্পৰ্ক আছিল অভিযুক্ত ব্যক্তি কেইগৰাকীৰ ।
• Body:আনহাতে বিস্ফোৰণকাণ্ড আহত হোৱা আৰক্ষীকে ধৰি ১২ ব্যক্তিক প্ৰাণে মৰাৰ চেষ্টা কৰা অভিযোগ ।
• আদালতত চাৰচিড দাখিল কৰা অভিযুক্ত কেইজন ক্ৰমে- পাপো কোচ , ইন্দ্ৰ মোহন বৰা , প্ৰাণময় ৰাজগুৰু, জাহ্নৱী শইকীয়া, বিজয় অসম, অমৃত বল্লভ গোস্বামী, চিন্ময় লহকৰ, প্ৰকাশ ৰাজকোঁৱৰ আৰু সঞ্জীৱ তালুকদাৰ।
Conclusion:Pappu Koch Bokoliyal , Jahnabee Saikia ,Pranmay Rajguru , Chinmoy Lahkar ,Indra Mohan Bora , Amrit Ballav Goswami , Sanjib Talukdar ,Prakash Rajkonwar , Bijoy Asom ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.