ETV Bharat / state

চন্দ্ৰপুৰত যুৱকৰ আত্মহত্যা

প্ৰেমজনিত কাৰণতেই আত্মহত্যা কৰাৰ সন্দেহ

author img

By

Published : Mar 4, 2019, 9:32 PM IST

চন্দ্ৰপুৰত যুৱকৰ আত্মহত্যা

গুৱাহাটী, ৪ মাৰ্চ : চন্দ্ৰপুৰ আৰক্ষী চকীৰ অন্তৰ্গত কলংপাৰৰ নিকটৱৰ্তী অঞ্চল কমাৰপুৰত আত্মহত্যাৰ ঘটনা । সোণাপুৰৰে মিটনীৰ বিকাশ ঠাকুৰীয়া নামৰ যুৱকজনক কমাৰপুৰত গছত ওলমি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । প্ৰেমজনিত কাৰণতেই যুৱকজনে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে সকলোৱে ।

চন্দ্ৰপুৰত যুৱকৰ আত্মহত্যা
ইপিনে মৃত্যুৰ পূৰ্বে যুৱকজনে ফেচবুকত এটা ষ্টেটাচ দি এগৰাকতী যুৱতীৰ সৈতে ৭ বছৰ ভালপোৱাৰ কথা উল্লেখ কৰে কৰাৰ লগতে যুৱতীগৰাকীৰ বাবে আত্মহত্যা কৰিবলগীয়া হৈছে বুলিও উল্লেখ কৰে যুৱকজনে । আনহাতে যুৱতীগৰাকীয়ে যুৱকজনৰ সৈতে থকা সম্পৰ্কৰ কথা উল্লেখ কৰি যুৱকজনে ফেচবুকত যুৱতীগৰাকীৰ কিছু আপত্তিজনক ফটো আপলোড কৰাৰ পাচতে যুৱতীগৰাকীয়ে বিকাশৰ পৰা আতৰি অহা বুলি মত প্ৰকাশ কৰে । চন্দ্ৰপুৰ আৰক্ষীয়ে মৃত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি সম্প্ৰতি অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ।

A_GHY_804_04MARCH_SUICIDE_VISUAL_BYTE_ASRAR

চন্দ্ৰপুৰ আৰক্ষী চকীৰ অন্তৰ্গত কলংপাৰৰ নিকটৱৰ্তী অঞ্চল কমাৰপুৰত আত্মহত্যাৰ ঘটনা । প্ৰেমজনিত কাৰণত আত্মহত্যাৰ কৰাৰ ঘটনা । সোণাপুৰৰে মিটনীৰ লৰা জনে কমাৰপুৰৰ যুৱতী ঘৰৰ সন্মুখত থকা গছত আত্মহত্যা কৰে । আজি  দুপৰীয়া ১২ বজাত স্থানীয় ৰাইজে বিকাশ ঠাকুৰীয়াৰ মৃতদেহটো গছত উলমি থকা প্ৰত্যেক্ষ কৰে । মৃত্যুৰ পূৰ্বে যুৱকজনে ফেচবুকত ষ্টেটাচ দি মৰে । ফেচবুকত এজনী ছোৱালীৰ ৭ বছৰ ভালপোৱাৰ কথা উল্লেখ কৰে , এজনী ছোৱালীৰ বাবে আত্মহত্যা কৰিবলগীয়া হৈছে বুলিও ফেচবুকত উল্লেখ কৰে বিকাশ ঠাকুৰীয়াই । আত্মহত্যাৰ কৰা যুৱক জনৰ নাম বিকাশ ঠাকুৰীয়া । চন্দ্ৰপুৰ আৰক্ষীয়ে মৃত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে । বিকাশ ঠাকুৰীয়াই ফেচবুকত উল্লেখ কৰা ছোৱালী জনীয়ে কয় যে তেওঁলোকৰ মাজত সম্পৰ্ক গঢ়ি উঠিছিল যদিও বিকাশ ঠাকুৰীয়াই ফেচবুকত ছোৱালী জনীৰ বিভিন্ন বেয়া  ফটো আপলোড দিছিল তেতিয়াৰ পৰাই ছোৱালী জনীয়ে তেওঁৰ এনেধৰণৰ চৰিত্ৰ গম পোৱাৰ পিছত ছোৱালী জনীয়ে বিকাশ ঠাকুৰীয়াৰ প্ৰেমৰ সম্পৰ্কৰ পৰা আতৰি অহাৰ কথাও কয় । এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছো , সেইয়ে প্ৰেমৰ সম্পৰ্কৰ পৰা আতৰি অহাৰ চেষ্টা কৰিছিলো এই কথাও কয় ছোৱালীজনীয়ে । ছোৱালীজনীৰ লগতে আত্মীয় ও ভৱা নাছিল বিকাশ ঠাকুৰীয়াই এনেকুৱা কৰিব বুলি ছোৱালীজনীৰ কথাত গম পোৱা যায় আনহাতে কোনো ধৰণৰ সংঘাত নাছিল দুজনৰ মাজত কিন্তু এই অশালীন ফটো দিয়া আৰু পৰীক্ষাৰ বাবে ছোৱালীজনীয়ে প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি অহাৰ কথা উল্লেখ কৰে । এই সন্দৰ্ভত চন্দ্ৰপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

Byte 

Visual at Ftp

Asrar Ansari 
  Guwahati 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.