ETV Bharat / state

মহানগৰীত বিস্ফোৰণত প্ৰাণ হেৰুৱালে যুৱকে

author img

By

Published : Jun 2, 2020, 6:40 PM IST

মহানগৰীৰ ৰুক্মিণীগাঁৱত ফায়াৰ এক্সটিংগুইচাৰৰ ৰিফিলিঙৰ দোকানত বিস্ফোৰণ ঘটাৰ ফলত থিতাতে নিহত এজন 36 বছৰীয়া কৰ্মচাৰী ৷ মৃত কৰ্মচাৰীজন নলবাৰীৰ আজাৰা নিবাসী মৃদুল ডেকা ৷

Worker dead at rukminigaon blast guwahati kamrup metro assam etv bharat news
ফায়াৰ এক্সটিংগুইচাৰৰ ৰিফিলিঙৰ দোকানত বিস্ফোৰণ

গুৱাহাটী,2 জুন: মহানগৰীৰ ৰুক্মিণীগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ ফায়াৰ এক্সটিংগুইচাৰৰ ৰিফিলিঙৰ দোকানত বিস্ফোৰণ ঘটাৰ ফলত থিতাতে নিহত এজন 36 বছৰীয়া কৰ্মচাৰী ৷ মৃত কৰ্মচাৰীজন নলবাৰীৰ আজাৰা নিবাসী মৃদুল ডেকা বুলি জানিব পৰা গৈছে ৷ নিহত যুৱকজনে মঙলবাৰে কামত যোগদান কৰিছিল ৷

বিস্ফোৰণত প্ৰাণ হেৰুৱালে যুৱকে

লগতে চাওকঃ সোণাৰিত বৃদ্ধি হস্তী-মানৱৰ সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.