ETV Bharat / state

গুৱাহাটী পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ,আটক এজনক

author img

By

Published : Dec 11, 2019, 12:37 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামিল খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ জি এছ ৰোড অৱৰোধ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ ৷ ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে আটক কৰিছে এজন প্ৰতিবাদকাৰীক ৷

veterinary college student protest against CAB
পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ,আটক 1

গুৱাহাটী, 11 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামিল খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ জি এছ ৰোড অৱৰোধ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ ৷ বৰ্তমানেও মহাবিদ্যালয়খনৰ গেটৰ সন্মুখত প্ৰতিবাদ অব্যহত আছে প্ৰতিবাদ ৷ ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে আটক কৰিছে এজন প্ৰতিবাদকাৰীক ৷

পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

উল্লেখ্য যে, লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হোৱাৰ পিছত বুধবাৰে ৰাজ্যসভাত উত্থাপিত হ’ল বিধেয়কখন ৷ বিধেয়কখন ৰাজ্যসভাত গৃহীত হ’লে আন্দোলন অধিক ভয়াৱহ কৰি তোলা হ'ব বুলি প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে হুংকাৰ প্ৰদান কৰে ৷
আৰু পঢ়ক- ৰাজ্যসভাত গৃহীত হ'বনে কেব ? তীব্ৰ উৎকণ্ঠা

Intro:পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অৱৰোধ কৰিলে পথ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতিবাদ। কোনো কাৰণতে মানি লোৱা নহব বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক।।

Body:লোসভাত গৃহীত হোৱাৰ পিছত আজি ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰা হ'ব। বিতৰ্কিত বিধেয়কখনকলৈ ইতিমধ্যে উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য। ৰাজ্যৰ ছাত্ৰ সমাজ এতিয়া ৰাজপথত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে। আজি খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে কেব'ৰ বিৰুদ্ধে ওলাই আহি ব্যস্ত জি এছ ৰোড অৱৰোধ কৰে। পুৱাৰে পৰা মহাবিদ্যালয়খনৰ হাজাৰ হাজাৰ ছাত্ৰ-,ছাত্ৰী কেব'ৰ বিৰুদ্ধে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। বৰ্তমানেও মহাবিদ্যালয়খনৰ গেটৰ সন্মুখত প্ৰতিবাদ অব্যহত আছে। ছাত্ৰ-ছাত্ৰী সকলে কেব বিৰোধী শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি ৰাখিছে।

বাইট : ছাত্ৰ

Conclusion:নাগৰিকত্ব সংশোধনী বিধেয়ক যদি আজি ৰাজ্যসভাত গৃহীত হয় তেন্তে আন্দোলন অধিক ভয়াবহ কৰি তোলা হ'ব বুলিও মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে হুংকাৰ দিয়ে।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.