ETV Bharat / state

খিলঞ্জীয়াৰ স্বাৰ্থত নিৰ্বাচনত প্ৰতিদ্বন্দিতা উপমন্যু হাজৰিকাৰ

গুৱাহাটী লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী প্ৰবজন বিৰোধী মঞ্চৰ মূল হোতা তথা অধিবক্তা উপমন্যু হাজৰিকা

UPAMANYU HAZARIKA'S ELECTION CAMPAIGN
author img

By

Published : Mar 25, 2019, 6:29 PM IST

গুৱাহাটী, 25 মাৰ্চঃ এইবাৰ লোকসভা নিৰ্বাচনত প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ হ'ব প্ৰবজন বিৰোধী মঞ্চৰ মূল হোতা তথা উচ্চতম ন্যায়ালয়ৰঅধিবক্তা উপমন্যু হাজৰিকা । গুৱাহাটী লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয় হৈ প্ৰতিদ্বন্দিতা কৰিবলগা হাজৰিকাই ইটিভি ভাৰতৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত অংশগ্ৰহণকৰে ৷ সাক্ষাৎকাৰত নিৰ্দলীয় প্ৰাৰ্থীজনে নিৰ্বাচনী বৈতৰণী পাৰ হ'বৰ বাবে কিদৰে প্ৰচাৰ অভিযান চলাইছে সেই সম্পৰ্কে ইটিভি ভাৰতক সবিস্তাৰে জনায় ৷ এন আৰ চি, খিলঞ্জীয়াক সুৰক্ষা দিয়াৰ উদ্দেশ্য আগত ৰাখি তেওঁ গুৱাহাটী সমষ্টিত ভোটাৰৰ মাজত প্ৰচাৰ অভিযান আৰম্ভ কৰিছে বুলি জনায় ৷ নতুন ভোটাৰক আকৰ্ষিত কৰিবৰ বাবে ফেচবুকত আৰম্ভ কৰা পেজটোৱেও ভাল সহাঁৰি লাভ কৰা বুলি মন্তব্য কৰে নিৰ্দলীয় প্ৰাৰ্থীজনে ৷

UPAMANYU HAZARIKA'S ELECTION CAMPAIGN

উদ্দেশ্য আৰু দায়িত্ব সম্বলিত 4 লাখ প্ৰচাৰ পত্ৰিকাও অসমীয়া, ইংৰাজী দুয়োটা ভাষাতে সকলোৱে বুজি পোৱাকৈ সহজ ভাষাৰে ভোটাৰৰ মাজত বিতৰণ কৰি সজাগতা সৃষ্টি কৰাৰ চেষ্টা কৰিব বুলি জনায় হাজৰিকাই ৷ লগতে প্ৰচাৰৰ বাবে সংগীতৰকথাও ভবা বুলিও তেওঁ মন্তব্য কৰে । নৱ প্ৰজন্মৰ অৰ্হতা বৃদ্ধি তথা ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰতো বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি জনায় তেওঁ ৷ খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি জনোৱা হাজৰিকাই কিদৰে গুৰুত্বপূৰ্ণ সমষ্টিটোত তেওঁৰ প্ৰতিদ্বন্দীসকলক প্ৰত্যাহ্বান জনাব সেয়া লক্ষণীয় হ'ব ।

Intro:লোকসভা নিৰ্বাচনক লৈ প্ৰচাৰ তুংগত তুলিছে ৰাজনৈতিক দলসমূহে ।সকলো দল,প্ৰাৰ্থী এতিয়া ব্যস্ত ভোটাৰক আকৰ্ষিত কৰাৰ বাবে ।

Body:এইবাৰ লোকসভা।নিৰ্বাচনত প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ হব প্ৰবজন বিৰোধী মঞ্চৰ মূল হেতা তথা অধিবক্তা উপমন্যু হাজৰিকা ।খিলঞ্জীয়া লোকৰ বাবে কাম কৰাৰ স্বাৰ্থত নিৰ্বাচনত অৱতীৰ্ণ হৈছে উপমন্যু হাজৰিকা ।হাজৰিকাৰ সৈতে ই টি ভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয় যে এন আৰ চি, খিলঞ্জীয়াক সুৰক্ষা দিয়াটোৱেই তেওঁৰ প্ৰধান কাম ।সেই উদ্দেশ্য আগত ৰাখিয়েই গুৱাহাটী সমষ্টিত ভোটৰৰ মাজত প্ৰচাৰ আৰম্ভ কৰিছে ।কিন্তু ভোটাৰক আকৰ্ষিত কৰিবৰ বাবে তেওঁ কেনেদৰে আগবাঢ়িছে ।

বাইট

নতুন ভোটাৰ আৰু চছিয়েল মেডিয়াৰ জৰিয়তেও ব্যাপক প্ৰচাৰ অভিযান চলাইছে হাজৰিকাই ।ফেচবুকত থকা এটা পেজত দুই লক্ষাধিকৰো অধিক লোকে চাইছে বুলি মন্তব্য কৰে ।লগতে তেওঁ লোকৰ উদ্দেশ্য আৰু দায়িত্ব সম্বলিত প্ৰচাৰ পত্ৰিকাও ভোটাৰৰ মাজত বিতৰণ কৰিছে ‌।লগতে প্ৰচাৰৰ বাবে গানৰ কথা ভবা বুলিও মন্তব্য কৰে ।

বাইট

এনেদৰেই ভোটাৰক আকৰ্ষণ কৰিবৰ বাবে ব্যাপক প্ৰচাৰ অভিযান চলাইছে উপমন্যু হাজৰিকাই ।খিলঞ্জীয়াৰ সুৰক্ষা ৰ স্বাৰ্থত নিৰ্বাচিনত অৱতীৰ্ণ হোৱা হাজৰিকাই অন্য প্ৰাৰ্থী ক কেনেদৰে প্ৰত্যাহ্বান জনাব সেয়া লক্ষনীয় হব ।

Conclusion:লিপিকা ডেকা ।গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.