গুৱাহাটী, ৬ ডিচেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ‘চান্দা সম্ৰাট’ বুলি আখ্যা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ । মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচিত টিংখাঙৰ বিধায়ক বিমল বৰাই অলপতে বিশিষ্ট শিক্ষাবিদ, পণ্ডিত ড৹ নগেন শইকীয়াক তীৰ্যক সমালোচনা কৰাৰ পিচত সোমবাৰে বিধায়কগৰাকীক উভতি ধৰে অধিবক্তাগৰাকীয়ে । আনহাতে তেওঁ কয় যে সৰ্বানন্দ সোণোৱাল হৈছে এজন ‘চান্দা সম্ৰাট’। তেওঁৰ নিৰ্দেশ মানিয়েই বিধায়ক বিমল বৰাই এনেধৰণৰ মন্তব্য কৰিছে বুলি উল্লেখ কৰে ।
লগতে পঢ়কঃABVP ক নিষিদ্ধ কৰাৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ
লগতে পঢ়কঃ'মা তুঝে চলাম' গীতটোৰ ওপৰত আছিল সন্দেহঃ এ.আৰ.ৰহমান
লগতে পঢ়কঃতিতাবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ "গণ হুংকাৰ"
লগতে পঢ়কঃCAA সন্দৰ্ভত সাহিত্য সভাৰ স্থিতি স্পষ্ট কৰিলে যাদৱ শৰ্মাই
লগতে পঢ়কঃনতুন ৰাজনৈতিক দল গঠনৰ পক্ষপাতি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ